• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মছজিদৰ দানপাত্ৰ চুৰিৰ অভিযোগত শিৱসাগৰত তিনিজনক গ্ৰেপ্তাৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
September 29, 2020 10:18 pm
Mosque donation box theft case: Three arrested in Sivasagar
200
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ আৰক্ষীয়ে মছজিদৰ দানপাত্ৰ চুৰি কৰাৰ অভিযোগত তিনিজনক গ্ৰেপ্তাৰ কৰিছে।

ধৃত লোককেইজন হৈছে ৰাজা দুৱৰা (দৰিকাপাৰ), ভোলা দুৱৰা (খাটপথাৰ) আৰু ইক্ৰামুল আলি (ষ্টেচন চাৰিআলি)।

যোৱা ২৬ চেপ্তেম্বৰ শনিবাৰৰ নিশা শিৱসাগৰ নগৰৰ মাজমজিয়াস্থিত ৩টা মছজিদত চুৰি হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

শিৱসাগৰ নগৰৰ ন মছজিদ, বাবুপট্টি মছজিদ, বেপাৰী পট্টি মছজিদত চুৰি কাণ্ড সংঘটিত হৈছিল।

৩টা মছজিদৰে দানপাত্ৰৰ তলা ভাঙি সমুদায় ধন লৈ যায়।

কিন্তু আজি চুৰি কাণ্ডত জৰিত ধৃত তিনিওজন চোৰক যোৰহাটত কৰায়ত্ব কৰিবলৈ সক্ষম হয় শিৱসাগৰ আৰক্ষীয়ে।

আৰক্ষীয়ে জানিব দিয়ে যে ধৃত চোৰৰ ভাষ্য অনুসৰি বাবুপট্টি মছজিৰ দানপাত্ৰৰ পৰা ৫০০০ আৰু অন্য দুটা মছজিদত দান পাত্ৰত পইচা নোপোৱা বুলি জানিব দিয়ে।

উক্ত চুৰি ধনৰ ১৬৪০টকা চোৰৰ হাতৰপৰা উদ্ধাৰ কৰে আৰু তিনিওটা চোৰক জেললৈ পঠোৱা হয়।

Recent News

ওড়িশাত এমাহৰ ভিতৰত তৃতীয়টো মহিলা নিৰ্যাতনৰ ঘটনা! চৰম পন্থা গ্ৰহণ যুৱতীৰ

ওড়িশাত এমাহৰ ভিতৰত তৃতীয়টো মহিলা নিৰ্যাতনৰ ঘটনা! চৰম পন্থা গ্ৰহণ যুৱতীৰ

কাশ্মীৰত নিষিদ্ধ অৰুন্ধতী ৰায়, এ জি নুৰাণী, ভিক্টোৰিয়া স্কোফিল্ডৰ দৰে লেখকৰ ২৫খন গ্ৰন্থ

কাশ্মীৰত নিষিদ্ধ অৰুন্ধতী ৰায়, এ জি নুৰাণী, ভিক্টোৰিয়া স্কোফিল্ডৰ দৰে লেখকৰ ২৫খন গ্ৰন্থ

অসমৰ উচ্ছেদ: ব্ৰহ্মপুত্ৰৰ খহনীয়া, ভূমি নীতি আৰু মিয়া মুছলমানৰ সংকট

অসমৰ উচ্ছেদ: ব্ৰহ্মপুত্ৰৰ খহনীয়া, ভূমি নীতি আৰু মিয়া মুছলমানৰ সংকট

জম্মু-কাশ্মীৰত দ’ খাৱৈত পৰিল ২৩ জন জোৱান থকা বাছঃ ৩ জন চিআৰপিএফ-ৰ জোৱান নিহত, বহু আহত

জম্মু-কাশ্মীৰত দ’ খাৱৈত পৰিল ২৩ জন জোৱান থকা বাছঃ ৩ জন চিআৰপিএফ-ৰ জোৱান নিহত, বহু আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd