• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৃদুস্মিতা গগৈ ৰাজ্যিক জৈৱ বৈচিত্ৰ সংৰক্ষণ আয়োগৰ ব্ৰেণ্ড এম্বেচাদৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
March 17, 2019 11:19 am
1.2k
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙাৰ চেপেনাকোবোৱা গাঁৱৰ ছাত্ৰী মৃদুস্মিতা গগৈ বন বিভাগৰ ৰাজ্যিক জৈৱ বৈচিত্ৰ আয়োগৰ সংৰক্ষন অভিযানৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে নিৰ্বাচন কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৪ মাৰ্চৰ পৰা তিনিদিয়াকৈ অনুষ্ঠিত বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ আৱাসিক কৰ্মশালাত ছাত্ৰী গৰাকীৰ কণ্ঠৰ গীত শুনি অভিভূত হোৱা প্ৰধান মুখ্য বন সংৰক্ষক এ কে জহৰিয়ে এই ঘোষণা কৰে।

ইয়াৰ পৰিপ্ৰেক্ষিতত অচিৰেই বন আৰু বন্যপ্ৰাণী সংৰক্ষনৰ বাবে মৃদুস্মিতা গগৈৰ কণ্ঠত গীত বানীবদ্ধ কৰাৰ কথাও ঘোষণা কৰে প্ৰধান মুখ্য বন সংৰক্ষক গৰাকীয়ে।

উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৪ মাৰ্চৰ পৰা চলি থকা নেচাৰ অৰিয়েন্টেশ্যন ইনিচিয়েটিভ নামৰ প্ৰকৃতি সংৰক্ষণৰ আৱাসিক কৰ্মশালা ১৬ মাৰ্চত সামৰনি পৰে। কৰ্মশালাখনৰ দ্বিতীয় দিনা ফ্ৰান্সৰ এক সঁজাতি দলৰ সৈতে এ কে জহৰিৰ লগতে ৰাষ্ট্ৰীয় গ্ৰামীন বিকাশ নিধিৰ ৰসনা যাদবে অংশগ্ৰহণ কৰে।

কাজিৰঙাৰ ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়াই আঁত ধৰা অনুষ্ঠানত ফ্ৰান্সৰ প্ৰতিনিধিৰ দলটোয়ে আৱাসিক শিৱিৰৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বাৰ্তালাপ কৰে।

উল্লেখযোগ্য যে দ্বাদশ বছৰৰ বাবে অনুষ্ঠিত এই আৱাসিক কৰ্মশালাটোত কাজিৰঙাৰ ৫ টা বনাঞ্চলৰ লগতে বিশ্বনাথ বন সংমণ্ডলৰ পৰা অহা ৪১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। তিনি দিনীয়া এই কৰ্মশালাত ছাত্ৰ-ছাত্ৰীক বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বিভিন্ন প্ৰশিক্ষণৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পানবাৰী সংৰক্ষিত বনাঞ্চলত পক্ষী নিৰীক্ষণৰ বাবে নিয়া হয়।

ৰাজ্যৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যক, বিশ্ব প্ৰকৃতি নিধি, ৱাইল্ড লাইফ ট্ৰাষ্ট অব ইণ্ডিয়া, ভূমি আৰু কৰবেট ফাইণ্ডেশ্যনৰ যুটিয়া উদ্যোগত আয়োজিত এই আৱাসিক কৰ্মশালাৰ সামৰণিৰ দিনা অনুষ্ঠিত সমাৱৰ্তন সমাৰোহত কাজিৰঙাৰ নৱ নিযুক্ত সঞ্চালক পি শিৱকুমাৰ সপৰিবাৰে উপস্থিত থাকে।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd