নিজে পঢ়ি অহা শিক্ষা প্ৰতিষ্ঠানলৈ মুকেশ আম্বানীৰ ১৫১ কোটি টকাৰ অনুদান…
মুম্বাইৰ ইনষ্টিটিউট অৱ কেমিকেল টেকন’লজিলৈ ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে ১৫১ কোটি টকাৰ অনুদান আগবঢ়াইছে।
উল্লেখ্য যে, ১৯৭০ চনত মুম্বাইৰ এইখন ইনষ্টিটিউট অৱ কেমিকেল টেকন’লজিৰ পৰাই স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল মুকেশ আম্বানীয়ে।