• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সপৰিয়ালে বিজেপিলৈ যাব মেঘালয়ৰ কংগ্ৰেছ নেতা মুকুল চাংমা আৰু অসমৰ পৱন সিং ঘাটোৱাৰ

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
August 10, 2019 9:19 pm
Mukul-Sangma-and-Pawan-Singh-Ghatowar-692x375
5.3k
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছী নেতাৰে ভাৰাক্ৰান্ত হৈ পৰা বিজেপিলৈ যাবলৈ আৰু কেইবাজনো কংগ্ৰেছ নেতাই মন টঙাই থকাৰ খবৰ পোৱা গৈছে। বিজেপিয়ে ইয়াৰ সদস্যভৰ্তি অভিযান ২০ আগষ্টলৈকে বৃদ্ধি কৰাৰ মাজতে এই খবৰ পোৱা গৈছে।

খবৰ ওলাইছে আন এজন জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰৰ নামো।

কেৱল অসমৰে নহয়, উত্তৰ-পূবৰ আন ৰাজ্যৰ নেতাৰো একেই উৎসাহ দেখা গৈছে। মেঘালয়ৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা ৰাজ্যখনৰ শক্তিশালী কংগ্ৰেছ নেতা তথা দুবাৰকৈ মুখ্য মন্ত্ৰী হোৱা মুকুল চাংমাও যাব পাৰে বুলি চৰ্চা হোৱা দেখা গৈছে।

ইতিমধ্যে ৰাজ্যসভাৰ পৰা পদত্যাগ কৰা ভুৱনেশ্বৰ কলিতাই দিল্লীতে গেৰুৱা দলটোত যোগদান কৰিছে। কাইলৈ হেঙেৰাবাৰীৰ অসম বিজেপিৰ কাৰ্য্যালয়ত কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছ নেতাই যোগদান কৰিব। তেওঁলোকৰ ভিতৰত গৌতম ৰয়, শান্তিয়াছ কুজুৰ অন্যতম।

ৰাজনৈতিক মহলৰ এটা সূত্ৰৰ দাবী, মুকুল চাংমা আৰু পৱন সিং ঘাটোৱাৰ বিজেপিৰ সৈতে সঘন যোগাযোগত আছে।

চাংমা বৰ্তমান মেঘালয় বিধানসভাৰ বিৰোধী দলৰ নেতা হৈ আছে।

তেওঁৰ পত্নী ডিক্কান্সি ডি শ্বিৰা, ভায়েক জেনিথ এম চাংমা আৰু জীয়েক মিয়ানি দলবট শ্বিৰাও ৰাজ্যখনত কংগ্ৰেছী বিধায়ক-বিধায়িকা। সূত্ৰটোৰ দাবী, গোটেই চাংমা পৰিয়ালটোৱেই বিজেপিত যোগাদান কৰাৰ সম্ভাৱনা আছে।

নৰ্থ-ইষ্ট নাওৰ তৰফৰ পৰা চাংমাক এই বিষয়ত মত ল’বৰ বাবে যোগাযোগ কৰা হৈছিল যদিও ফোনত পোৱা নগ’ল।

চাংমাৰ দৰেই পৱন সিং ঘাটোৱাৰেও তেওঁৰ পত্নী জীৱনতাৰা ঘাটোৱাৰ সহ গেৰুৱা দলটোত যোগদান কৰাৰ সম্ভাৱনা আছে, সূত্ৰটোৱে কয়। ঘাটোৱাৰৰ সৈতে কৰা যোগাযোগৰ চেষ্টাও সফল নহ’ল।

আনপিনে, ভৰত নৰহ আৰু তেওঁৰ পত্নী তথা ৰাজ্যসভাৰ সাংসদ ৰাণী নৰহেও কাইলৈ গেৰুৱা দলটোত যোগদান কৰাৰ কথা।

Recent News

অভিনেতা ডিনো ম’ৰেয়াৰ বাসগৃহত অভিযান প্ৰৱৰ্তন সঞ্চালকালয়ৰ অভিযান

অভিনেতা ডিনো ম’ৰেয়াৰ বাসগৃহত অভিযান প্ৰৱৰ্তন সঞ্চালকালয়ৰ অভিযান

অপৰিৱৰ্তিত অসমৰ বান পৰিস্থিতি! ৫.৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

অপৰিৱৰ্তিত অসমৰ বান পৰিস্থিতি! ৫.৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

সৰিয়হৰ ডুলিতে ভূত! গ্ৰাহকৰ একাউণ্ট প্ৰতাৰণা মহিলা বেংক বিষয়াৰ; লুটিলে ৪ কোটিৰো অধিক

সৰিয়হৰ ডুলিতে ভূত! গ্ৰাহকৰ একাউণ্ট প্ৰতাৰণা মহিলা বেংক বিষয়াৰ; লুটিলে ৪ কোটিৰো অধিক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd