• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক্ৰমশ: শক্তিহীন উদ্ধৱ ঠাকৰে! কাৰাৰুদ্ধ সতীৰ্থ সঞ্জয় ৰাউটক সাক্ষাতৰো নাপালে অনুমতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 8, 2022 6:50 pm
Uddhav Thackeray Sanjay Raut
152
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰ আগ্ৰাসী অপাৰেচন ল’টাছ অভিযান আৰু দলীয় বিসম্বাদৰ ফলশ্ৰুতিত মহাৰাষ্ট্ৰৰ ক্ষমতা হেৰুওৱা শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেৰ শক্তি যেন ক্ৰমাৎ লোপ পাবলৈ ধৰিছে। দুমাহ পূৰ্বে ৰাজ্যখনৰ শাসন হেৰুওৱা উদ্ধৱ ঠাকৰেই দলীয় সতীৰ্থ তথা কাৰাৰুদ্ধ সাংসদ সঞ্জয় ৰাউটক সাক্ষাতৰ বাবেও অনুমতি লাভত বিফল হৈছে।

জানিব পৰা মতে ঠাকৰেই দলৰ আন এগৰাকী নেতাৰ জৰিয়তে সঞ্জয় ৰাউটক সাক্ষাতৰ বাবে আৰ্থাৰ ৰোড কাৰাগাৰ কৰ্তৃপক্ষৰ পৰা অনুমতি বিচাৰিছিল যদিও কৰ্তৃপক্ষই তেওঁৰ অনুৰোধ প্ৰত্যাখ্যান কৰে।

ঠাকৰেই সঞ্জয় ৰাউটৰ সৈতে জেইলাৰৰ কেবিনত এক বৈঠকত ভাগ লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল যদিও কাৰাগাৰ কৰ্তৃপক্ষই এই বিষয়তো অনুমতি দিবলৈ অস্বীকাৰ কৰে। কৰ্তৃপক্ষই কয় যে বৈঠকৰ বাবে আদালতৰ পৰা অনুমতি বিচাৰিব লাগিব আৰু কাৰাগাৰৰ নিয়ম অনুসৰিহে বৈঠক সম্ভৱ হ’ব।

উল্লেখ্য যে পাত্ৰ চাওল ভূমি কেলেংকাৰীৰ গোচৰত অভিযুক্ত শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটক যোৱা ১ আগষ্টতে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে(ইডি) উপনগৰীয় গোৰেগাঁৱত পাত্ৰ চাওলৰ পুনৰ্বিকাশত বিত্তীয় অনিয়মত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।

যোৱা সোমবাৰে সাংসদগৰাকীৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি কৰিছিল মুম্বাইৰ এখন বিশেষ আদালতে। আদালতে শিৱসেনাৰ নেতাগৰাকীক ১৯ ছেপ্টেম্বৰলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।

ৰাউটৰ লগতে তেওঁৰ পত্নী আৰু আন কেইজনমান লোকৰ বিৰুদ্ধে পাত্ৰ চাওলৰ বিত্তীয় অনিয়মৰ অভিযোগ তুলি এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে অভিযান চলাইছিল।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd