• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আন এক বৰ্বৰ হত্যাকাণ্ড: এইবাৰ ট্ৰাংকৰ ভিতৰত উদ্ধাৰ মহিলাৰ দেহৰ কটা টুকুৰা, গ্ৰেপ্তাৰ নিজ কন্যাক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 15, 2023 6:11 pm
Woman's Body Parts Found In mumbai
160
VIEWS
Share on FacebookShare on Twitter

দিল্লীৰ শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ড আৰু নিকি যাদৱ হত্যাকাণ্ডই দেশজুৰি সৃষ্টি কৰা চাঞ্চল্যৰ ঢৌ মাৰ নাযাওঁতেই পুনৰ পোহৰলৈ আহিছে অনুৰূপ আন এক হত্যাকাণ্ড। এইবাৰ এই বৰ্বৰ হত্যাকাণ্ডৰ অভিকেন্দ্ৰ হৈছে মায়ানগৰী মুম্বাই।

আজি মুম্বাইৰ এটা অট্টালিকাৰ আলমাৰীত ভৰাই থোৱা প্লাষ্টিকৰ বেগত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ ক্ষত-বিক্ষত মৃতদেহ। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মৃতদেহটো বীনা জৈন নামৰ এগৰাকী মহিলাৰ বুলি জানিব পৰা গৈছে।

মহিলাগৰাকীৰ মৃতদেহটোৰ অংগচ্ছেদ কৰা হৈছে বুলি উল্লেখ কৰি আৰক্ষীয়ে লগতে এটা টেংকৰ ভিতৰত লুকুৱাই ৰখা ষ্টীলৰ বাকচত মৃতদেহৰ মাংস আৰু হাড়ৰ টুকুৰা উদ্ধাৰ কৰা হৈছে বুলি সদৰী কৰিছে।

মৃতদেহটোৰ পচি যোৱা অৱস্থালৈ লক্ষ্য ৰাখি আৰক্ষীয়ে মহিলাগৰাকীক হত্যা কৰি কেইবামাহো ধৰি মৃতদেহটো আলমাৰীত ৰখা হৈছিল বুলি সন্দেহ কৰিছে। মুম্বাইৰ লালবাউগ অঞ্চলত আৰক্ষীয়ে উদ্ধাৰ কৰিছে এই মৃতদেহটো।

এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, মৃত মহিলাগৰাকীৰ ভাতৃ আৰু ভতিজাকে মঙলবাৰে আৰক্ষীৰ ওচৰত মহিগৰাকী নিৰুদ্দেশ হোৱা বুলি অভিযোগ দাখিল কৰিছিল। তেওঁলোকে শেষবাৰৰ বাবে ২৬ নৱেম্বৰত মহিলাগৰাকীক দেখা পোৱা বুলি উল্লেখ কৰিছিল।

বীনা জৈনৰ প্ৰথম মহলাৰ এপাৰ্টমেণ্টত আৰক্ষীয়ে তালাচী চলাওঁতে আলমাৰীটোত থকা প্লাষ্টিকৰ বেগটো উদ্ধাৰ কৰে আৰু বেগটো পৰীক্ষা কৰাৰ সময়তে মৃতদেহটো উদ্ধাৰ কৰে।

ইফালে আৰক্ষীয়ে মৃত মহিলাগৰাকীৰ কন্যা ৰিম্পল জৈনক কেইবাঘণ্টা ধৰি জেৰা চলোৱাৰ পিছত মাতৃৰ হত্যাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে কেনেদৰে তেওঁৰ মৃত্যু হৈছিল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

Recent News

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd