• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ নৱাগত আদৰণী সভা

মিণ্টু দাস by মিণ্টু দাস
August 10, 2018 11:43 pm
Assam Governor Jagdish Mukhi along with others during Nowgong college Platinum Jubilee Celebration 2018-2019 at College permises, Nagaon on 07-08-18.pix by ub photos

Assam Governor Jagdish Mukhi along with others during Nowgong college Platinum Jubilee Celebration 2018-2019 at College permises, Nagaon on 07-08-18.pix by ub photos

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও মহাবিদ্যালয়ত ছদিনীয়া কাৰ্যসূচীৰে চলি থকা মহাৰজত জয়ন্তীৰ নৱাগত আদৰণী সভা মহাবিদ্যালয়খনৰ ছহিদ অনিল বৰা প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হয়। আদৰণী সভাৰ সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে প্ৰাক্তন ছাত্ৰ তথা সাংবাদিক পৰাগমণি আদিত্যই।

সাংবাদিকগৰাকীয়ে নগাঁও মহাবিদ্যালয়ৰ শৈক্ষিক দিশৰ আলোকপাত কৰি কয় যে মহাবিদ্যালয়খনৰ জন্মলগ্নৰ লগত জড়িত ব্যক্তিসকলৰ সৎ চিন্তা উদয় নোহোৱা হ’লে নগাঁও মহাবিদ্যালয়ৰ জন্ম নহ’লহেঁ‌তেন। নগাঁৱৰ ছাত্ৰ-ছাত্ৰীসকল সকলো দিশতে শক্তিশালী বুলি উল্লেখ কৰি তেওঁ কয় আজিৰ ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰক।

আনহাতে, আদৰণী সভাত সভাপতিত্ব কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীয়ে। সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত তথা প্ৰাক্তন ছাত্ৰ জয়ন্ত বৰাই।

আনহাতে আৰম্ভণি অনুষ্ঠানৰ এক বিশেষ আয়োজনৰূপে কালি বিয়লীৰ পৰা সন্ধিয়া পৰ্যন্ত অনুষ্ঠিত হয় এখন সদৌ অসম ভিত্তিক প্রাইজমানি আন্তঃ মহাবিদ্যালয় কুইজ প্রতিযোগিতা। গোলাবী দেৱী ম’ৰৰ সোঁৱৰণত নগাঁও মহাবিদ্যালয়ৰ ১৯৯১ চনৰ উচ্চতৰ মাধ্যমিক শিক্ষাবর্ষৰ শিক্ষার্থীসকলৰ উদ্যোগত নগাঁও মহাবিদ্যালয় প্রেক্ষাগৃহত আয়োজিত এই প্রতিযোগিতাত অসমৰ বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয়, কণিষ্ঠ মহাবিদ্যালয়ৰ শতাধিক দলে অংশগ্রহণ কৰে।

প্রাৰম্ভিক লিখিত প্রতিযোগিতাৰ পৰা নির্বাচিত শ্রেষ্ঠ ছয়টা দলৰ মাজত ছয়টা ৰাউণ্ডৰ মূল প্রতিযোগিতাৰ অন্তত নিজৰ সর্বোৎকৃষ্ট প্রদর্শণেৰে নলবাৰী মহাবিদ্যালয়ৰ ৰুবুল কলিতা-ভূপাল শর্মাৰ দলে চেম্পিয়ন দলৰ সন্মান লাভ কৰে। আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজিত দাস আৰু কটন বিশ্ববিদ্যালয়ৰ ৰক্তিম ৰঞ্জন বৈশ্যৰ দলে দ্বিতীয় স্থান পোৱাৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ সীমান্ত বর্মন-অভিজিৎ সিঙৰ দলে তৃতীয় স্থান পাবলৈ সক্ষম হয়।

প্রতিযোগিতাৰ অন্তত বিজয়ীদলসমূহক মানপত্র-ট্রফী সহিতে ক্রমে নগদ ১০০০০ টকা, ৭০০০ টকা, ৫০০০ টকা প্রদান কৰাৰ লগতে আন তিনিটা দললৈ আগবঢ়োৱা হয় নগদ ১০০০ টকাকৈ।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd