• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিলে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ৭২ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 26, 2023 9:45 pm
1.2k
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিলে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ৭২ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি। দীনদয়াল উপাধ্যায়ৰ ১০৭ সংখ্যক জন্ম জয়ন্তীত সোমবাৰে ৰাজধানী দিল্লীৰ মাজমজিয়াত উন্মোচন কৰা হয় এই বিশাল প্ৰতিমূৰ্তি। 

প্ৰতিমূৰ্তি উন্মোচন কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কয় যে দীনদয়াল উপাধ্যায়ৰ এই প্ৰতিমূৰ্তিয়ে দেশবাসীক ৰাজনীতিৰ ক্ষেত্ৰত ‘সততা’ৰ কথা সোঁৱৰাই দিব। 

জনসংঘৰ অন্যতম প্ৰতিষ্ঠাপক দীনদয়াল উপাধ্যায়ৰ জন্ম জয়ন্তী উপলক্ষে দিল্লীত এক বৰ্ণিল অনুষ্ঠানৰ আয়োজন কৰা হয়। আজি তাত ভাষণ দিওঁতে নৰেন্দ্ৰ মোদীয়ে সোঁৱৰাই দিয়ে যে দীনদয়াল উপাধ্যায়ে সমাজৰ একেবাৰে তলৰ শ্ৰেণীৰ মানুহৰ কথাবোৰ কেনেকৈ আঙুলিয়াই দিছিল।

দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সমুখত থকা উদ্যানখনৰ দীনদয়াল উপাধ্যায় মাৰ্গৰ কাষত স্থাপন কৰা হৈছে এই বিশাল প্ৰতিমূৰ্তিটো। 

প্ৰধানমন্ত্ৰীয়ে কয়, ‘যোৱা ৯ বছৰত আমি সমাজৰ নিম্নতম শ্ৰেণীৰ উন্নতিৰ বাবে কাম কৰিছো। এই মূৰ্তিটো ৰাজনীতিত সততাৰ প্ৰতীক হিচাপে থিয় দিব আৰু জীৱনত স্বচ্ছ হোৱাৰ প্ৰয়োজনীয়তাৰ কথা মানুহক সোঁৱৰাই দিব।” 

উল্লেখ্য যে, পণ্ডিত দীনদয়াল উপাধ্যায়ৰ স্মৃতিত ৰাজস্থানতো এটা সংগ্ৰহালয় নিৰ্মাণ কৰা হৈছে। ৰাজস্থানত বিজেপিৰ ক্ষমতাত থকা সময়ত এই সংগ্ৰহালয়টো নিৰ্মাণ কৰা হৈছিল। 

Recent News

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd