• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নতুন অভিলেখ গঢ়ি পৃথিৱীলৈ উভতিল নাছাৰ মহাকাশচাৰী ক্ৰিষ্টিনা কোচ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 7, 2020 8:00 pm
NASA story

ক্ৰিষ্টিনা কোচ

777
VIEWS
Share on FacebookShare on Twitter

আমেৰিকান মহাকাশচাৰী ক্ৰিষ্টিনা কোচে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত একেৰাহে ৩২৮ দিন অতিবাহিত কৰাৰ নতুন অভিলেখ গঢ়ি বৃহস্পতিবাৰে পৃথিৱীলৈ উভতি আহে।

২০১৩ চনত নাছাত মহাকাশচাৰী হিচাপে অন্তৰ্ভূক্ত হোৱা উত্তৰ কেলিফ’ৰ্নিয়াৰ বাসিন্দা কোচে মহাকাশত মহিলা হিচাপে সৰ্বাধিক সময় কটোৱাৰ নতুন অভিলেখ স্থাপন কৰে।

দীঘলীয়া মহাকাশ বিমানযাত্ৰাত মহিলাৰ শৰীৰ কেনেদৰে মহাকাশীয় বিকিৰণৰ দ্বাৰা প্ৰভাৱিত হয় ধৰণৰ গৱেষণাৰ বাবে ক্ৰিষ্টিনাই দীৰ্ঘ সময়ত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকে।

‘‘মহাকাশ ভ্ৰমণৰ বাবে মহিলাও পুৰুষৰ সমানে সক্ষম ক্ৰিষ্টিনাৰ দীঘলীয়া অভিযানে সেই কথা পুনৰবাৰ প্ৰমাণ কৰিলে আৰু ভবিষ্যতে আমি মহাকাশলৈ মহিলা মহাকাশচাৰী পঠাম,’’ নাছাৰ প্ৰাক্তন বিজ্ঞানী লোৰি গাৰ্ভাৰে কয়।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পেও টুইটাৰ যোগে মহাকাশচাৰী ক্ৰিষ্টিনাক সম্ভাষণ জনায়।

‘‘তুমি আদৰ্শৱান যুৱ মহিলা, তুমি আমেৰিকাক গৌৰৱান্বিত কৰিলা,’’ ট্ৰাম্পে টুইটাৰত লিখে।

উল্লেখযোগ্য যে, মহাকাশ কেন্দ্ৰত থকাৰ সময়ত কোচে অভিলেখ সংখ্যক সময়ৰ বাবে মহাকাশত খোজো কাঢ়ে।

সফল অভিযান সামৰি পৃথিৱীলৈ উভতি আহি আনন্দিত হৈ পৰে ক্ৰিষ্টিনা। তেওঁ সফলতাৰ বাবে সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

Recent News

নিজৰ কক্ষপথৰ পৰা আঁতৰি যাব পৃথিৱী; গুচি যাব পাৰে আন সৌৰজগতলৈ, কিয়?

নিজৰ কক্ষপথৰ পৰা আঁতৰি যাব পৃথিৱী; গুচি যাব পাৰে আন সৌৰজগতলৈ, কিয়?

পত্নী আৰু পুত্ৰৰ সৈতে গাড়ীত উদ্ধাৰ ব্যৱসায়ীৰ মৃতদেহ; ৰহস্য উন্মোচনৰ চেষ্টা চলাইছে আৰক্ষীয়ে

পত্নী আৰু পুত্ৰৰ সৈতে গাড়ীত উদ্ধাৰ ব্যৱসায়ীৰ মৃতদেহ; ৰহস্য উন্মোচনৰ চেষ্টা চলাইছে আৰক্ষীয়ে

ছিৰিয়াৰ গীৰ্জাত বোমা বিস্ফোৰণত ২০ জন নিহত, বহু আহত; আক্ৰমণকাৰী সন্দেহয়ুক্ত আই এছ সন্ত্ৰাসবাদী!  

ছিৰিয়াৰ গীৰ্জাত বোমা বিস্ফোৰণত ২০ জন নিহত, বহু আহত; আক্ৰমণকাৰী সন্দেহয়ুক্ত আই এছ সন্ত্ৰাসবাদী!  

হৰমুজ প্ৰণালী বন্ধৰ সিদ্ধান্ত ইৰানৰ! আৰ্থিক সংকট বাঢ়িব বিশ্বত, তেলৰ মূল্যবৃদ্ধিক লৈ উদ্বিগ্ন ভাৰতো

হৰমুজ প্ৰণালী বন্ধৰ সিদ্ধান্ত ইৰানৰ! আৰ্থিক সংকট বাঢ়িব বিশ্বত, তেলৰ মূল্যবৃদ্ধিক লৈ উদ্বিগ্ন ভাৰতো

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd