• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাছাই প্ৰকাশ কৰিছে শংকা! পৃথিৱীত খুন্দা মাৰিব পাৰে এটা ‘বিপজ্জনক গ্ৰহাণু’ৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2024 9:21 am
ফাইল ফটোঃ সংগ্ৰহীত।

ফাইল ফটোঃ সংগ্ৰহীত।

4.3k
VIEWS
Share on FacebookShare on Twitter

পৃথিৱীত সম্ভাৱ্য ‘বিপজ্জনক’ এটা গ্ৰহাণুৰ (asteroid) খুন্দা মৰাৰ সম্ভাৱনা ৭২ শতাংশ। ইয়াক প্ৰতিহত কৰিবলৈ এতিয়াও পৰ্যাপ্ত প্ৰস্তুতি হোৱা নাই। আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ অনুমানভিত্তিক পৰ্যালোচনাত এনে তথ্য ওলাইছে বুলি এক প্ৰতিবেদনত দাবী কৰা হৈছে।

মহাকাশ সংস্থাটোৰ আনুষ্ঠানিক প্ৰতিবেদন অনুসৰি নাছাই চলিত বৰ্ষৰ এপ্ৰিল মাহত পৃথিৱী সুৰক্ষাৰ ওপৰত পঞ্চমটো দ্বিবাৰ্ষিক প্লেনেটাৰী ডিফেন্স ইন্টাৰ এজেন্সি টেবলেটপ এক্সাৰচাইজ অনুষ্ঠিত কৰিছিল।

স্থানীয় সময় অনুসৰি যোৱা বৃহস্পতিবাৰে (২০ জুন) মেৰিলেণ্ডৰ লৰেলত থকা নাছাৰ জনছ হপকিন্স এপ্লাইড ফিজিক্স লেবৰেটৰীত অনুষ্ঠিত আলোচনাৰ ফলাফল প্ৰকাশ কৰা হয়। নাছাৰ উপৰিও আমেৰিকাৰ বিভিন্ন চৰকাৰী সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগীসকলৰ প্ৰায় এশজন প্ৰতিনিধি তাত উপস্থিত আছিল।

অদূৰ ভৱিষ্যতে কোনো উল্লেখযোগ্য গ্ৰহাণুৰ ভাবুকি নাথাকিলেও সম্ভাৱ্য বিপজ্জনক গ্ৰহাণুৰ ভাবুকিৰ সৈতে ফলপ্ৰসূভাৱে মোকাবিলা কৰিবলৈ বিশ্বৰ সকলো দেশৰ যৌথ পদক্ষেপৰ বিষয়টোৱে তাত গুৰুত্ব লাভ কৰে।

Media: On June 20 at 3:30pm ET, we’ll host a virtual briefing discussing a recent tabletop exercise to simulate responses to a hypothetical asteroid impact threat. This exercise, conducted about every two years, supports our planetary defense strategy: https://t.co/vy7GuOtDSV pic.twitter.com/nPSJCh7Ceu

— NASA (@NASA) June 14, 2024

যৌথ পৰ্যালোচনা অনুসৰি এই গ্ৰহাণুটোৱে পৃথিৱীত খুন্দা মৰাৰ সম্ভাৱনা ৭২ শতাংশ। ১৪ বছৰৰ পাছত ২০৩৮ চনৰ ১২ জুলাইত ই পৃথিৱীত খুন্দা মাৰিব পাৰে। এনে পৰিস্থিতিত এই ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে একত্ৰিত পদক্ষেপ ল’বলৈ সকলো সংঘাতপূৰ্ণ জাতি-ৰাষ্ট্ৰৰ হাতত এতিয়াও প্ৰায় ১৪ বছৰ ৩ মাহ সময় আছে।

অৱশ্যে এই প্ৰাৰম্ভিক পৰ্যবেক্ষণৰ পৰা গ্ৰহাণুটোৰ আকাৰ, গঠন আৰু দীৰ্ঘম্যাদী গতিপথ সঠিকভাৱে নিৰ্ণয় কৰিব পৰা নগ’ল বুলি নাছাই জনায়। 

Recent News

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd