• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

NATOৰ কঠোৰ সতৰ্কবাণী! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক ৰখা দেশৰ ওপৰত আৰোপ কৰিব নিষেধাজ্ঞা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 16, 2025 1:02 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতকে ধৰি বহু দেশে ৰাছিয়াৰ যুদ্ধ পৰিচালনা কৰি অহাত ইন্ধন যোগাই আহিছে। ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধবিৰতি বিফল হোৱাৰ পিছতে আমেৰিকাই এই অভিযোগ উত্থাপন কৰিছে। এই বিষয়ত এইবাৰ ভাবুকি প্ৰদান কৰিছে নাটো গোষ্ঠীয়ে। ভাৰতৰ নাম লৈ নাটোৰ মুৰব্বী মাৰ্ক ৰুটে কয় যে যদি ভাৰত, চীন, ব্ৰাজিল আদি দেশসমূহে ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত ৰাখে তেন্তে তেওঁলোকৰ ওপৰত ১০০ শতাংশ নিষেধাজ্ঞা আৰোপ কৰা হ’ব।

নাটো গোষ্ঠীৰ মুৰব্বীজনে তিনিখন দেশৰ নাম উল্লেখ কৰি কয়, ভাৰত, চীন আৰু ব্ৰাজিলে ৰাছিয়াৰ সৈতে ব্যৱসায় চলাই থাকে, তেওঁলোকৰ পৰা তেল আৰু গেছ ক্ৰয় কৰে, তেন্তে আপোনালোকৰ ওপৰত ১০০ শতাংশ নিষেধাজ্ঞা আৰোপ কৰা হ’ব। আৰু কয় যে মস্কো চৰকাৰে কোনো ধৰণৰ শান্তি আলোচনাক গুৰুত্বসহকাৰে লোৱা নাই। সেয়ে এই তিনিখন দেশৰ নেতাসকলক শান্তি আলোচনাৰ বাবে পুটিনৰ ওপৰত হেঁচা বৃদ্ধি কৰিবৰ বাবে আহ্বান জনাইছে। অন্যথা এই নিষেধাজ্ঞাই তিনিওখন দেশৰ বৃহৎ ক্ষতি কৰিব বুলি ভাবুকি প্ৰদান কৰে।

বৰ্তমান ভাৰত আৰু চীনে নিজৰ প্ৰয়োজন পূৰণৰ বাবে ৰাছিয়াৰ পৰা ৭০ শতাংশ তেল ক্ৰয় কৰে। ব্ৰাজিল আৰু আন বহু দেশ এই তেল আৰু গেছৰ প্ৰধান গ্ৰাহক। আমেৰিকাই বিশ্বাস কৰে যে ভাৰত আৰু চীনৰ তেল ক্ৰয়ে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধত পুটিনৰ ‘মেৰুদণ্ড’ হিচাপে কাম কৰি আছে। গতিকে যদি ইউক্ৰেইনক সমৰ্থন কৰিবলগীয়া হয় তেন্তে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাটো প্ৰয়োজনীয়। এই সন্দৰ্ভত ৰিপাব্লিকান চিনেটৰ লিণ্ডচে গ্ৰেহাম আৰু ৰিচাৰ্ড ব্লুমেন্থালেও আমেৰিকাৰ কংগ্ৰেছত এখন বিধেয়ক উত্থাপন কৰিছে। ৰাছিয়াৰ সৈতে ব্যৱসায় কৰা দেশসমূহৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপ কৰাৰ দাবী জনাইছে। এই বিধেয়কখনে ইতিমধ্যে ৮৪ শতাংশ সমৰ্থন লাভ কৰিছে।

ইফালে সোমবাৰে হোৱাইট হাউছত সাংবামাধ্যমক সম্বোধন কৰি ট্ৰাম্পে কয় যে, “ৰাছিয়াক দীৰ্ঘদিন ধৰি ইউক্ৰেইনৰ সৈতে যুদ্ধ বন্ধ কৰিবলৈ কোৱা হৈছে। যদিহে পুটিনে অহা ৫০ দিনৰ ভিতৰত যুদ্ধবিৰতিৰ বাবে সন্মতি নিদিয়ে তেন্তে আমেৰিকাই ৰাছিয়াৰ ওপৰত অধিক শুল্ক আৰোপ কৰিব।” খবৰ অনুসৰি এই শুল্কৰ পৰিমাণ ১০০ শতাংশ হ’ব। ট্ৰাম্পৰ বাৰ্তা স্মৰণ কৰি নাটোৰ মুৰব্বীগৰাকীয়ে ভাৰতকে ধৰি অন্যান্য দেশৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা পুনৰ সকীয়াই দিয়ে।

মন কৰিবলগীয়া যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাত ক্ষমতালৈ অহাৰ পিছৰে পৰা ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰিবলৈ আগ্ৰহী হৈ পৰিছে। যদিও তেওঁ পুটিনৰ সৈতে এবাৰ বা দুবাৰ আলোচনা কৰিবলৈ চেষ্টা কৰিছিল, তথাপিও আমেৰিকা ইয়াত বিশেষ সফল হোৱা নাই। এই যুদ্ধ বন্ধ কৰাটোৱেই হৈছে ট্ৰাম্পৰ বাবে নিজকে শান্তিপ্ৰেমী হিচাপে বিশ্বৰ আগত উপস্থাপন কৰাৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। গতিকে যিকোনো প্ৰকাৰে ভ্লাদিমিৰ পুটিনক আলোচনাৰ মেজলৈ অনাৰ বাবে সাজু হৈছে আমেৰিকা। ট্ৰাম্পৰ এই পদক্ষেপে অতিৰিক্ত শুল্ক আৰোপ কৰি ৰাছিয়া আৰু ইয়াৰ সৈতে ব্যৱসায় কৰা দেশসমূহৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ প্ৰয়াস কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd