• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ বিতৰ্কৰ মাজত এনচিইআৰটি! অষ্টম শ্ৰেণীৰ পাঠ্যপুথিত আহোম শাসন ব্যৱস্থাক বিকৃত ৰূপত উপস্থাপন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 24, 2025 12:43 pm
104
VIEWS
Share on FacebookShare on Twitter

নেশ্যনেল কাউন্সিল অৱ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং চমু কৈ এনচিইআৰটি পাঠ্যক্ৰমত ভুল তথ্য সন্নিবিষ্ট কৰি পুনৰ এবাৰ বিতৰ্কৰ মজত সোমাই পৰিছে। এনচিইআৰটিৰ দ্বাৰা প্ৰৱৰ্তন কৰা অষ্টম শ্ৰেণীৰ ইতিহাসৰ পাঠ্যপুথিৰ ‘ট্ৰাইবছ, নোমাডছ এণ্ড চেটলড কমিউনিটিজ’ অধ্যায়ত বহুকেটা তথ্য ভুল ৰূপত উপস্থাপন কৰা পৰিলক্ষিত হৈছে।

আহোম শাসন ব্যস্থাক বিকৃত ৰূপত প্ৰকশ কৰা বাবে এনচিইআৰটি অসমৰ শিক্ষাবিদ তথা ইতিহাসবিদসকলৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। পাঠ্যপুথিখনত ৬০০ বছৰৰো অধিক সময় অসমত শাসন কৰা আহোম শাসানৰ কথা সংযোগ কৰিছে যদিও বিশেষজ্ঞসকলে ভুল ৰূপত উপাস্থাপন কৰা বাবে অসন্তুস প্ৰকাশ কৰিছে। পূৰ্বতে আওকাণ কৰা অসমৰ ইতিহাসক স্বীকৃতি প্ৰদানৰ দিশত ই গুৰুত্বপূৰ্ণ হ’লেও, এই ভুলবোৰে উদ্বেগৰ সৃষ্টি কাৰিছে।

পঠ্যপুঠি খনত বিশেজ্ঞসোকোলে আঙুলিয়াই দিয়া গুৰুত্বপূৰ্ণ দিশটো হ’ল আহোমসকল বৰ্তমানৰ ম্যানমাৰৰ পৰা আহিছিল বুলি কৰা দাবী। পাঠ্যপুঠি খনত উল্লেখ কৰা এই দবী খণ্ডন কৰি যে ঐতিহাসিক তথ্য অনুসৰি তেওঁলোক চীনৰ ইউনান প্ৰদেশৰ মুং মাওৰ পৰা আহিছিল।

পাঠ্যপুথিখনত আহোম শাসন ব্যৱস্থাৰ প্ৰশাসনিক আৰু সামৰিক গাঁথনি পাইক প্ৰথাক বুলি ভুলকৈ প্ৰকাশ কৰিছে। বিশেষজ্ঞ সকলে স্পষ্ট কৰি দিছে যে ই এনে এক ব্যৱস্থা য’ত ব্যক্তিয়ে মাটি লাভ কৰিছিল আৰু শোষণৰ ভিত্তিত নহয়, যোগ্যতাৰ ভিত্তিত ওপৰলৈ উঠিব পাৰিছিল।

পাঠ্যপুঠি খনত পৰিলক্ষিত আন এট ত্ৰুটি হ’ল আহোম-মোগল সংঘাত, বিশেষকৈ ১৬৬৩ চনৰ ঘিলাঝাৰিঘাট সন্ধিক আহোমৰ বাবে পৰাজয় হিচাপে অতি সৰলীকৰণ কৰা একপক্ষিয় ভাবে উপস্থাপন। ইতিহাসবিদসকলে যুক্তি আগবঢ়ায় যে আহোমোৰ এই পৰাজয়ৰ আঁৰত পুনৰ গোট খোৱাৰ কৌশলগত পদক্ষেপ আছিল, আৰু আহোমসকলে পিছলৈ মোগলক খেদি পঠিয়াইছিল।

ইয়াৰোপৰি ক্ৰীড়া ব্যৱস্থা, ৰংঘৰ, তলাতঘৰ, শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ বিজয়ৰ দৰে গুৰুত্বপূৰ্ণ সবিশেষ বাদ পৰাত বিশেষজ্ঞসকলো বিচলিত হৈ পৰিছে। এই ভুলসমূহ শুধৰণি কৰি আহোমৰ উত্তৰাধিকাৰ সঠিকভাৱে উপস্থাপন কৰিবলৈ আঞ্চলিক ইতিহাসবিদসকলৰ সৈতে পৰামৰ্শ কৰিবলৈ এনচিইআৰটিক আহ্বান জনাইছে।

উল্লেখ্য যে এনচিইআৰটিৰ পাঠ্যপুথিত এনে ধৰণৰ ত্ৰুটি সহজ হৈ পৰিছে। সংস্থাটোৰ এনে স্থিতিয়ে এতিয়া সচেতন মহলৰ মজত উদ্বেগৰ সৃষ্টি কৰিছে।

Recent News

পৰ্ণগ্ৰাফিক কন্টেন্ট দেখুওৱাৰ অভিযোগত চৰকাৰে বন্ধ কৰিলে উল্লুকে ধৰি ২৫টা এপ আৰু ৱেবছাইট

পৰ্ণগ্ৰাফিক কন্টেন্ট দেখুওৱাৰ অভিযোগত চৰকাৰে বন্ধ কৰিলে উল্লুকে ধৰি ২৫টা এপ আৰু ৱেবছাইট

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে অসম চৰকাৰৰ ২৯ জন এপিএছচি কেলেংকাৰীৰ অভিযুক্ত বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে অসম চৰকাৰৰ ২৯ জন এপিএছচি কেলেংকাৰীৰ অভিযুক্ত বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত

নৰেন্দ্ৰ মোদীৰ ‘সুশাসন’ৰ ফল! পাঁচ বছৰত প্ৰায় ৯ লাখ ভাৰতীয়ই এৰিলে নাগৰিকত্ব

নৰেন্দ্ৰ মোদীৰ ‘সুশাসন’ৰ ফল! পাঁচ বছৰত প্ৰায় ৯ লাখ ভাৰতীয়ই এৰিলে নাগৰিকত্ব

ধেমাজিত কামৰূপ এক্সপ্ৰেছৰ খুন্দাত দুই যুৱকৰ মৃত্যুঃ ৰে’লৱে’ কৰ্মচাৰীৰ ভুলৰ বাবেই অঘটনৰ অভিযোগ ৰাইজৰ

ধেমাজিত কামৰূপ এক্সপ্ৰেছৰ খুন্দাত দুই যুৱকৰ মৃত্যুঃ ৰে’লৱে’ কৰ্মচাৰীৰ ভুলৰ বাবেই অঘটনৰ অভিযোগ ৰাইজৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd