• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধান মন্ত্ৰীৰ ঘনিষ্ঠ আদানীৰ মালিকানাধীন মুন্দ্ৰা বন্দৰত উদ্ধাৰ হ’ল ৩ টন ড্ৰাগছ

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
September 24, 2021 7:15 pm
Nearly three tonnes of heroin seized at Gujarat port
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটৰ মুন্দ্ৰা বন্দৰত প্ৰায় ৩০০০ কিলোগ্ৰাম হিৰ’ইন জব্দ কৰিছে ডাইৰেক্টৰেট অৱ ৰেভিনিউ ইন্টলিজেঞ্চে।

জব্দকৃত ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ২১,০০০ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে।

ডিআৰআই- এ এক বিশেষ তথ্যৰ আধাৰত এই অভিযান চলাইছিল।

সংবাদ মাধ্যম AFPত প্ৰকাশ পোৱা অনুসৰি সোমবাৰে জব্দ কৰা ড্ৰাগছখিনি আফগানিস্তানৰ পৰা Talc নামৰ এবিধ অসংশোধিত শিলৰ নামত কণ্টেইনাৰত পঠোৱা হৈছিল আৰু এই কণ্টেইনাৰ দুটা ইৰান হৈ গুজৰাটত প্ৰৱেশ কৰিছিল।

কণ্টেইনাৰ কেইটা জব্দ কৰা বিষয়া সকলে জনোৱা মতে কণ্টেইনাৰ কেইটা সন্দেহৰ বাহিৰত ৰখাৰ বাবে ড্ৰাগছখিনি Talc শিলৰ পেকেটেৰ ঢাকি অনা হৈছিল।

এটা কণ্টেইনাৰত প্ৰায় ২ টন আৰু আৰু কণ্টেইনাৰত ১ টন হিৰ’ইন জব্দ কৰিছিল ডিআৰাই- এ।

গুজৰাটৰ বিশেষ ৰাজহুৱা অধিবক্তা কল্পেশ গোস্বামীৰ ভাষ্য মতে ডিআৰআই – এ ইতিমধ্যে দুজন ব্যক্তিক আটক কৰিছে আৰু আহমেদাবাদ, চেন্নাই আৰু দিল্লীত এই বিষয়ত অনুসন্ধান চলাইছে।

উল্লেখ্য যে, এই জব্দকৃত হিৰ’ইনৰ পৰিমাণক বিশ্বৰ ভিতৰতে সৰ্বাধিক বুলি জানিব পৰা গৈছে।

ইতিমধ্যে এই ঘটনাটোৱে ৰাজনৈতিক মহলতো তোলপাৰ লগাইছে।

গুজৰাট দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ গৃহৰাজ্য হোৱাৰ বাবে বিৰোধী পক্ষই অহা বছৰ হ’ব লগা গুজৰাটৰ নিৰ্বাচনৰ বাবে এক ৰাজনৈতিক ইচ্যু হিচাপে লৈছে।

এই সম্পৰ্কে কংগ্ৰেছ নেতা পবন খেৰাই এক সংবাদ মেল যোগে গুজৰাট কেনেদৰে এনে নিষিদ্ধ দ্ৰব্যৰ ঘাটিত পৰিণত হোৱা বুলি প্ৰশ্ন কৰে।

গুজৰাটত এনেদৰে চলি থকা ড্ৰাগছৰ বৃহৎ ৰেকেটৰ কিয় উৎখাতৰ প্ৰচেষ্টা লোৱা হোৱা নাই বুলিও গুজৰাটৰ বিজেপি চৰকাৰক খেৰাই প্ৰশ্ন কৰে।

আনহাতে, আদানী গোটৰ মালিকানাধীন বন্দৰত ড্ৰাগছ জব্দ সম্পৰ্কত সামাজিক মাধ্যমত বিভিন্নজনে উচিত তদন্তৰ দাবী কৰে। সামান্য পৰিমাণৰ ড্ৰাগছ উদ্ধাৰত ‘তিলকে তাল কৰি’ প্ৰচাৰ কৰা চৰকাৰে ইমান বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হোৱাৰ পাছতো কিয় নিমাত বুলি প্ৰশ্ন কৰে বিভিন্নজনে।

একমাত্ৰ নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ হোৱাৰ বা বেই তদন্তৰ আওঁতাৰ পৰা আদানীয়ে মুক্তি পাব নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে।

আনহাতে এই ঘটনা সম্পৰ্কত দেশৰ মূলসুঁতিৰ সংবাদ মাধ্যমৰ নিৰৱতাৰ বাবেও সমালোচনা কৰিছে সামাজিক মাধ্যমত।

দেখা গৈছিল যে বলিউদৰ অভিনেত্ৰী ৰিহা চক্ৰৱৰ্তীৰ ওচৰত ৫৯ গ্ৰাম ড্ৰাগছ উদ্ধাৰ হওঁতে দেশৰ মূলসুঁতিৰ সংবাদ মাধ্যম সমূহে দীৰ্ঘ দিন ধৰি বিতৰ্কৰ সূচনা কৰি আহিছিল।

অথচ আদানীৰ মালিকানাধীন বন্দৰত ইমান বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দৰ পিছতো সংবাদ পৰিৱেশনৰ পৰা আঁতৰি থাকিল সংবাদ মাধ্যমসমূহ।

সামাজিক মাধ্যমত এইদৰে বিভিন্নজনে মূলসুঁতিৰ সংবাদ মাধ্যমৰ নিৰপেক্ষতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে।

ইফালে বন্দৰত ড্ৰাগছ উদ্ধাৰ সন্দৰ্ভত স্পষ্টীকৰণ দিছে আদানী গোটে। তেওঁলোকৰ মতে আদানী গোট কেৱল বন্দৰৰ পৰিচালনাৰ ক্ষেত্ৰতহে দায়বদ্ধ। বন্দৰৰ পাৰ্চেলসমূহৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ অধিকাৰ নাই।

নৰ্থ ইষ্ট নাও

নৰ্থ ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd