DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দুগ্ধপান কৰাই থকা মহিলাই ভেকচিন ল’ব পাৰিব নে? কি কলে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2021 11:24 am
vaccine111
372
VIEWS
Share on FacebookShare on Twitter

দেশত কৰোনাৰ দ্বিতীয় ঢৌৱে সন্ত্ৰাস চলাই থকাৰ সময়তে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা এক ভাল খবৰ আহিছে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ সচিব ৰাজেশ ভুষণৰ স্বাক্ষৰিত এক জাননীত কোৱা হৈছে যে দুগ্ধপান কৰাই থকা মাতৃয়েও কোবিড ভেকচিন গ্ৰহণ কৰিব পাৰিব।

National Expert Group on Vaccine Administration for COVID-19 (NEGVAC)এ দুগ্ধপান কৰাই থকা মাতৃয়েও কোভিড ভেকচিন গ্ৰহণ কৰিব পাৰিব বুলি পৰামৰ্শ আগবঢ়াইছে।

NEGVACএ কোভিড ভেকচিন গ্ৰহণ সম্পৰ্কীয় কেতবোৰ অন্যান্য পৰামৰ্শও কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়লৈ আগবঢ়াইছে।

NEGVACৰ অন্যান্য পৰামৰ্শসমূহ হৈছে —

১) কোভিডৰ পৰা আৰোগ্য লাভ কৰাৰ তিনিমাহৰ পিছত আক্ৰান্ত ব্যক্তিয়ে কোভিড ভেকচিন গ্ৰহণ কৰিব পাৰিব।

২) কোভিড ভেকচিনৰ প্ৰথম পালি লোৱাৰ পিছতো যদি কোনোৱে কোভিডত আক্ৰান্ত হয় তেওঁ তিনিমাহৰ পিছত দ্বিতীয় পালি গ্ৰহণ কৰিব পাৰিব।

৩) প্লাজমা থেৰাপি লোৱা ৰোগীয়ে তিনিমাহৰ পিছত কোভিড ভেকচিন গ্ৰহণ কৰিব পাৰিব।

৪) ভেকচিন গ্ৰহণ কৰা কোনো লোকে ১৪ দিনৰ পিছত ৰক্তদান কৰিব পাৰিব।

৬) অন্যান্য ৰোগত ভুগি চিকিৎসাধীন হোৱা আৰু আইচিইউত চিকিৎসাধীন হোৱা লোকসকলে ৪-৮ সপ্তাহৰ পিছতে ভেকচিন গ্ৰহণ কৰিব পাৰিব।

৭) ভেকচিন গ্ৰহণৰ সময়ত বা পূৰ্বে ৰেপিড এন্টিজেন টেষ্ট কৰাৰ কোনো প্ৰয়োজন নাই।

Tags: COVID-19

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd