• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নেপালত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১০,০০০ অতিক্ৰম; ২৪ জনৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
June 24, 2020 10:55 am
উৎস-ইণ্টাৰনেট

উৎস-ইণ্টাৰনেট

1.5k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ চুবুৰীয়া দেশ নেপালত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাইছে।

মঙলবাৰে নেপালত ৫৩৮ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা নতুনকৈ সংক্ৰমিত হৈছে।

মঙলবাৰে নেপালত নতুনকৈ ক’ৰ’না সংক্ৰমিত হোৱা ৫৩৮ গৰাকী লোকৰ সৈতে নেপালত বৰ্তমানলৈ ক’ৰ’না আক্ৰান্ত হোৱা লোকৰ সংখ্যাই ১০,০০০ সীমা অতিক্ৰম কৰিছে।

নেপালত এতিয়ালৈ ১০,০৯৯ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

দেশখনৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে এই কথা মঙলবাৰে টুইটাৰ যোগে প্ৰকাশ কৰে।

নেপালৰ ৭৭ খন জিলাৰ ভিতৰত ৭৬ খন জিলাত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

জ’ন হোপকিনছ বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি বৰ্তমানলৈ নেপালত চিকিৎসাৰ অন্তত ২,২২৪ গৰাকী লোক সুস্থ হৈ উঠিছে।

দেশখনত এতিয়ালৈ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত ২৪ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

আনহাতে, নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিয়ে নেপালত ক’ৰ’নাৰ সংক্ৰমণৰ বাবে ভাৰতক জগৰীয়া কৰিছে।

অ’লিয়ে ভাৰতৰ পৰা নেপাললৈ উভতি যোৱা লোক সকলৰ ভিতৰত ৮৫ শতাংশ লোকে ক’ৰ’না পজিটিভ বুলি মন্তব্য কৰিছিল।

Recent News

বন্দী বিনিময়ৰ মাজতে ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই ক্ষত-বিক্ষত কৰিছে ইউক্ৰেইন!

বন্দী বিনিময়ৰ মাজতে ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই ক্ষত-বিক্ষত কৰিছে ইউক্ৰেইন!

‘সিন্দূৰ দান শিবিৰ’! মোদীক লৈ ব্যংগ জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজৰ

‘সিন্দূৰ দান শিবিৰ’! মোদীক লৈ ব্যংগ জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজৰ

পদত্যাগ কৰিব মহম্মদ ইউনুছে! পুনৰ ৰাজনৈতিক অস্থিৰতাৰ মাজলৈ গতি কৰিব নেকি বাংলাদেশ

পদত্যাগ কৰিব মহম্মদ ইউনুছে! পুনৰ ৰাজনৈতিক অস্থিৰতাৰ মাজলৈ গতি কৰিব নেকি বাংলাদেশ

১৯ বাৰ নেপাল হৈ অথবা খোজকাঢ়ি পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী! মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগ

১৯ বাৰ নেপাল হৈ অথবা খোজকাঢ়ি পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী! মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd