• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মানৱতাৰ দুৰ্দিন : কোকৰাঝাৰত পেলাই থৈ যোৱা সদ্যোজাত শিশু সুস্থ অৱস্থাত উদ্ধাৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
September 3, 2018 10:44 pm
Infant-recovered-570x320

কোকৰাঝাৰত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হোৱা শিশুটোক কোলাত লৈ এগৰাকী মহিলা। ফটো : ৰিনয় বসুমতাৰী।

148
VIEWS
Share on FacebookShare on Twitter

‘জীৱশ্ৰেষ্ঠ মানৱ’ অভিধাটোক চৰম অপমান কৰি কোকৰাঝাৰ চহৰৰ ডালোৱাৰী চাহ বাগানৰ বাংলাবাৰীত আজি এটি সদ্যোজাত শিশুক কোনো দুষ্ট লোকে পলিথিন বেগৰ ভিতৰত পেলাই থৈ যায়।

শিশুটো উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোত এক প্ৰকাৰৰ চাঞ্চ্যলৰ সৃষ্টি হৈছে৷

স্থানীয় লোকৰ পৰা জানিব পৰা মতে, বাংলাবাৰীত আজি নিচেই পুৱাই গোৱৰ্ধন সিং আৰু মংগল সিং নামৰ দুজন আদিবাসী সম্প্ৰদায়ৰ ককাই-ভায়ে কাৰ্লভাটৰ ওচৰত শিশুটিক দেখা পাই উদ্ধাৰ কৰে।

ইয়াৰ পিছতে তেওঁলোকে গাওঁবুঢ়াক খবৰ দিয়াত গাওঁবুঢ়াই আৰক্ষীক খবৰ দিয়ে। আৰক্ষীৰ সহযোগত শিশুটিক প্ৰথমে ডালোৱাবাৰী চাহ বাগিচাৰ চিকিৎসালয়লৈ নিয়া হয় আৰু পিছত কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। জানিব পৰা মতে সুস্থ অৱস্থাত থকা শিশুটিক বৰ্তমান চিকিৎসালয়খনৰ বেবি কেয়াৰ য়ুনিটত ৰখা হৈছে। শিশুটিৰ দায়িত্ব চাইল্ডলাইনে লৈছে।

আনহাতে শিশুটিক প্ৰথম দেখা পোৱা দুই ককাই-ভাইৰ মাজৰ মংগল সিং আৰু তেওঁৰ পত্নীয়ে শিশুটিক তুলি লোৱাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছিল। তেওঁলোকৰ ইতিপূৰ্বে এটি সন্তান আছে।

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই আছে বুলি জানিবলৈ দিয়ে। স্থানীয় লোকে জনোৱামতে, পুৱাৰ ভাগতে সেই ঠাইত এখন ব’লেৰ’ গাড়ী ৰোৱা তেওঁলোকে দেখা পাইছিল। সেই গাড়ীখনতে অহা কোনো নিৰ্দয় লোকে তাত শিশুটিক এৰি যোৱা বুলি স্থানীয় লোকে সন্দেহ কৰিছে।

উল্লেখযোগ্য যে শিশুটিৰ গাত এতিয়াও চিকিৎসালয়ত দিয়া সাংকেতিক পৰিচয়ৰ টিকট লাগিয়ে আছে।

ইপিনে কোকৰাঝাৰ চাইল্ড লাইনে জনাইছে যে তেওঁলোকে শিশুটোক চিকিৎসাৰ পিছতে চিৰাঙৰ special adoption agency ক অৰ্পণ কৰিব৷ এজেন্সিটোৱে দুমাহ শিশুটোক লালন-পালন কৰিব আৰু কোনোবাই আৱেদন কৰিলে শিশুটোক তুলি লোৱাৰ বাবে অৰ্পণ কৰিব ৷

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd