• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 22, 2021 6:11 pm

2 min read

Rahul-Gandhi-Sonia-Gandhi
271
VIEWS
Share on FacebookShare on Twitter

সন্মুখত পাঁচ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন।

এনে সময়তো দেশৰ এটা প্ৰাচীন ৰাজনৈতিক দল কংগ্ৰেছে আজিকোপতি নিৰ্বাচন কৰবি পৰা নাই এজন স্থায়ী সভাপতি।

পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰে পৰিচালিত কংগ্ৰেছত বহু কেইগৰাকী জ্যেষ্ঠ নেতাই স্থায়ী সভাপতি নিৰ্বাচন কৰিবলৈ চিঠি লিখিও বিমুখ হ’বলগীয়া হৈছে।

এনে সময়তে আজি অনষ্ঠিত কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয় যে ২০২১ চনৰ জুন মাহত দলটোৱে এগৰাকী স্থায়ী সভাপতি নিৰ্বাচন কৰিব।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কেচি বেনুগোপালে  এই সন্দৰ্ভত মন্তব্য কৰি কয় যে চলিত বৰ্ষৰ জুন মাহত দলটোৰ এজন সভাপতি নিৰ্বাচন কৰাৰ বাবে আজি দলৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত গ্ৰহণ কৰে।

পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন অন্ত পৰাৰ পিছতে কংগ্ৰেছে স্থায়ী সভাপতি নিৰ্বাচন কৰিব বুলি তেওঁ কয়।  সভাত  আনন্দ শৰ্মা,

মুকুল ৱাছনিক,গুলাম নবী আজাদ, পি চিদাম্বৰম আদি শীৰ্ষ নেতাসকল উপস্থিত থাকে।

উল্লেখ্য বিগত বৰ্ষৰ আগষ্ট মাহত নেতৃত্বৰ পৰিৱৰ্তন বিচাৰি পত্ৰ লিখা নেতাসকলক বেকফুটলৈ ঠেলি দি প্ৰত্যাশিতভাৱেই অন্তৱৰ্তীকালী সভাপতিৰ দায়িত্বত ছোনিয়া গান্ধীকে অধিষ্ঠিত কৰা হৈছিল।।

এই কথাত  ক্ষুব্ধ নেতাসকলে গোলাম নবী আজাদৰ ঘৰত মিলিত হৈছিল এক বৈঠকত।

বিগত বৰ্ষৰ ২০ আগষ্টত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকত সিদ্ধান্ত লোৱা হয় যে দলৰ অন্তৱৰ্তী সভাপতি হিচাপে ছোনিয়া গান্ধীয়েই কাৰ্যভাৰ চলাই নিব।

কিন্তু তেওঁ নতুন এগৰাকী সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবৰ বাবে দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰিব।

ছোনিয়া গান্ধীয়ে কৈছিল যে তেওঁ আৰু এই দায়িত্ব পালন কৰিব নিবিচাৰে। এই দায়িত্ব যাতে আন কোনোৱে গ্ৰহণ কৰে।

উল্লেখ্য যে নেতৃত্বৰ পৰিৱৰ্তন তথা দলৰ সাংগঠনিক সাল-সলনি বিচাৰি ২৩গৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতাই এখন পত্ৰ লিখিছিল।

ইয়াৰ পূৰ্বে এই পত্ৰখনক লৈ কংগ্ৰেছী নেতাসকলৰ মাজত অভিযোগ-প্ৰত্যাভিযোগৰ টুইটাৰত এখন সৰু যুঁজো চলে।

Recent News

IMG_20210226_131204(1)

গোলাঘাটত ভাৰতবন্ধৰ সৰ্বাত্মক প্ৰভাৱ

b0b53582-1390-4d8f-88bb-9bbf5e7bcf98

দুৰন্ত হিমা! অসম আৰক্ষীত আনুষ্ঠানিকভাৱে যোগদান ধিং এক্সপ্ৰেছৰ

WhatsApp Image 2021-02-26 at 12.44.26 PM

ভাৰতীয়সকলৰ বাবে সুখৱৰ! গ্ৰীণ কাৰ্ডক লৈ ট্ৰাম্পৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে জো বিডেনে

কৃষক আন্দোলন : তৃতীয়টো গোচৰত শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰৰ জামিন লাভ

কৃষক আন্দোলন : তৃতীয়টো গোচৰত শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰৰ জামিন লাভ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd