• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অটো

৮ জুলাইত বজাৰলৈ আহিব ‘ডাষ্টাৰ ফেইছলিফ্ট’; আকৰ্ষণীয় ডিজাইনেৰে প্ৰত্যাহবান জনাব ভাৰতীয় গাড়ী বজাৰত

এন ই নাও নিউজ by এন ই নাও নিউজ
July 3, 2019 8:57 pm
New Renult Duster

নিউ ৰেণল্ট ডাষ্টাৰ ফেইছলিফ্ট। উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰেনল্ট ইণ্ডিয়াই জুলাইৰ ৮ তাৰিখে মুকলি হ’বলগীয়া ‘ডাষ্টাৰ’ৰ নতুন সংস্কৰণ ‘ডাষ্টাৰ ফেছলিফ্ট’ মুকলিৰ পূৰ্বে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কোম্পেনীটোৱে ইতিমধ্যে নতুনকৈ বজাৰলৈ আহিবলগীয়া এচ য়ু ভি বাহনখনৰ ৰ’ড টেষ্টিং সম্পূৰ্ণ কৰিছে।

ডাষ্টাৰৰ নতুন সংস্কৰণৰ বাহনখন বৰ্তমানৰ ‘জেন’ মডেলৰ আৰ্হিতে হ’ব যদিও ডিজাইনৰ ক্ষেত্ৰত বহু পৰিমাণে ইয়াত সাল-সলনি ঘটোৱা হৈছে।

ডাষ্টাৰৰ নতুন বাহনখনৰ হেড লাইটৰ ডিজাইন পুৰণি বাহনখনৰ ধৰণৰে হ’ব কেবল মাত্ৰ ইয়াত এল ই ডি জি আৰ এল এচ আৰু প্ৰজেক্টৰ সংযোজন কৰা হ’ব।

ডাষ্টাৰৰ নতুন সংস্কৰণত বাহনখনত ভিতৰফালটো আকৰ্ষণীয় কৰি তোলাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হৈছে। বাহিৰৰ ধৰণে ভিতৰৰ ফালটো অধিক আকৰ্ষণীয় কৰি তোলাৰ বাবে বিভিন্ন ৰঙত ই উপলব্ধ হ’ব।

এছ য়ু ভি বাহনখন ১.৫ লিটাৰ কে৯কে ক ডিজেল আৰু ১.৫ লিটাৰ পেট্ৰল ইঞ্জিনত উপলব্ধ হ’ব। ২০২০ চনত ডাষ্টাৰ একমাত্ৰ পেট্ৰল ইঞ্জিনতহে উপলব্ধ হ’ব।

মুকলি হ’বলগীয়া ডাষ্টাৰৰ নতুন সংস্কৰণৰ মূল্য ভাৰতীয় গাড়ী বজাৰত উপলব্ধ অন্য একেশাৰীৰৰ বাহনৰ মূল্যৰ ধৰণে হ’ব বুলি আশা কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

কুলগ্ৰামত সেনা-সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী : দুই সন্ত্ৰাসবাদীৰ লগতে নিহত দুই সেনা জোৱান

কুলগ্ৰামত সেনা-সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী : দুই সন্ত্ৰাসবাদীৰ লগতে নিহত দুই সেনা জোৱান

September 9, 2025 5:23 pm
জন্ম শতবৰ্ষত সুধাকন্ঠৰ সপোন বাস্তৱত ৰূপায়ন কৰা উচিত : অজিত কুমাৰ ভূঞা

জন্ম শতবৰ্ষত সুধাকন্ঠৰ সপোন বাস্তৱত ৰূপায়ন কৰা উচিত : অজিত কুমাৰ ভূঞা

September 9, 2025 3:56 pm
নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ টোপ! আদিবাসী জাতিৰ প্ৰমাণপত্ৰ সমস্যা সমাধানৰ ঘোষণা অসমৰ মুখ্যমন্ত্ৰীৰ

নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ টোপ! আদিবাসী জাতিৰ প্ৰমাণপত্ৰ সমস্যা সমাধানৰ ঘোষণা অসমৰ মুখ্যমন্ত্ৰীৰ

September 9, 2025 3:45 pm
২৮ হাজাৰ কোটি টকাৰ চৰকাৰী ছিকিউৰিটি নিলামৰ ঘোষণা আৰ বি আইৰ

২৮ হাজাৰ কোটি টকাৰ চৰকাৰী ছিকিউৰিটি নিলামৰ ঘোষণা আৰ বি আইৰ

September 9, 2025 3:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুলগ্ৰামত সেনা-সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী : দুই সন্ত্ৰাসবাদীৰ লগতে নিহত দুই সেনা জোৱান

কুলগ্ৰামত সেনা-সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী : দুই সন্ত্ৰাসবাদীৰ লগতে নিহত দুই সেনা জোৱান

September 9, 2025 5:23 pm
জন্ম শতবৰ্ষত সুধাকন্ঠৰ সপোন বাস্তৱত ৰূপায়ন কৰা উচিত : অজিত কুমাৰ ভূঞা

জন্ম শতবৰ্ষত সুধাকন্ঠৰ সপোন বাস্তৱত ৰূপায়ন কৰা উচিত : অজিত কুমাৰ ভূঞা

September 9, 2025 3:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd