• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বজাৰত নতুন ‘স্মাৰ্ট ৱাটছ’: টোপনিৰ পৰা হাৰ্ট বিটলৈকে কৰিব পৰ্যবেক্ষণ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 19, 2019 3:00 pm
0521_akrales_181212_3001_0016_2.0

ফটো : ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্প্ৰতি কিছুমান কোম্পানীৰ স্মাৰ্ট ৱাটছ বজাৰলৈ আহিছে। ইয়াক আপোনাৰ ব্যক্তিগত সহায়ক বুলিও ক’ব পাৰি।

ই ব্যৱহাৰকাৰীৰ শৰীৰৰ প্ৰতিটো গতিবিধি দৌৰা, খোজকঢ়া, সাঁতোৰা, হাৰ্ট বিটলৈকে খৱৰ ৰাখিব।

তদুপৰি, ই নটিফিকেশ্যন আৰু ৰিমাইণ্ডাৰৰ জৰিয়তে আপোনাৰ দিনটোৰ জৰুৰী কামসমূহো মনত পেলাই দিব।

আপুনি যদি স্মাৰ্ট ৱাটছ ক্ৰয় কৰাৰ কথা ভাৱিছে আৰু বজাৰৰ বিভিন্ন ঘড়ীসমূহৰ মাজত আপোনাৰ মনে বিচৰাটো বিচাৰি উলিওৱা কঠিন হৈ পৰিছে তেনেহ’লে ১৫ হাজাৰ টকাৰ কম বাজেটৰ পাঁচটা জনপ্ৰিয়  স্মাৰ্ট ৱাটছত এবাৰ চকু ফুৰাই চাওক।

১. হুৱামি অ’মেজফিট ছিৰিজ

শ্বায়ামিৰ বিয়েৰেব’ল ব্ৰেণ্ড মেনুফেকছাৰিং কোম্পানী হুৱামিয়ে অ’মেজফিট ছিৰিজৰ স্মাৰ্ট ৱাটছক ভাৰতীয় বজাৰত মুকলি কৰিছে।

ইয়াৰ মূল্য ৫,৪৯৯ টকাৰ পৰা ১২,৯৯৯ টকালৈকে আছে।

৯,৯৯৯ টকা মূল্যৰ স্মাৰ্ট ৱাটছটো এমাজনৰ (Amazon) পৰা ক্ৰয় কৰিব পাৰে। ইয়াত এণ্ড্ৰইড আৰু আই অ’ এছ দুয়োটাতে সমৰ্থন কৰে। মিটফিট ৱেপাৰত ১.৩৯ ইঞ্চিৰ স্কীম পাব য’ত ফিটনেট ট্ৰেকাৰৰ লগতে হাৰ্ট বিট মনিটৰ আদি সুবিধা আছে।

ই ব্যৱহাৰকাৰীক টেক্সট্ মেছেজ, কল, নটিফিকেশ্যন সম্পৰ্কতো সতৰ্ক কৰি দিয়ে। ইয়াৰ দ্বাৰা ঘৰৰ স্মাৰ্ট হোম ডিভাইচ কন্ট্ৰলো কৰিব পৰা যায় আৰু লগতে দূৰৰ পৰা ছেল্ফিও ল’ব পৰা যায়।

honor-watch-magic-photo-1
ফটো : ইন্টাৰনেট

২. অঁনৰ ৱাটছ মেজিক

চীনৰ কোম্পানী অঁনৰে তেওঁলোকৰ নিজৰ মেজিক স্মাৰ্ট ৱাটছ ভাৰতীয় বজাৰত মুকলি কৰি দিছে। ইয়াক ১০,৯৯৯ টকাত এমাজনৰ পৰা ক্ৰয় কৰিব পৰা যায়। ১.২ ইঞ্চিৰ এম’লেড কালাৰ্ছ ডিচপ্লে’যুক্ত এই ঘড়ীটো চিংগ’ল চাৰ্জিঙেৰে এসপ্তাহ পৰ্যন্ত চলাব পাৰি। ইয়াক ৫ এটিএম ৱাটাৰ ৰেজিষ্টেন্স ৰেটিং দিয়া হৈছে।

৩. হুৱাৱে ৱাটছ জীটী

অঁনৰেৰ লগতে হুৱাৱেও তেওঁলোকৰ ঘড়ী জীটী স্মাৰ্ট ৱাটছ ভাৰতীয় বজাৰত মুকলি কৰিছে। ১.৩ ইঞ্চিৰ এম’লেড ডিচপ্লে যুক্ত হুৱাৱে ঘড়ী জীটী স্মাৰ্ট ৱাটছ চিংগ’ল চাৰ্জিঙেৰে দুসপ্তাহৰ বেটাৰী বেকআপ দিয়ে।

কিছুমান ফিটনেছ মুডক ছাপোৰ্ট কৰা এই স্মাৰ্ট ৱাটছে ৱিল্ড-ইন জিপিএছৰ জৰিয়তে ৰিয়েল টাইমত হাৰ্ট বিট আৰু টোপনিৰো পৰ্যবেক্ষণ কৰে।

ইয়াক ৫০ মিটাৰ পৰ্যন্ত দ পানীতো ব্যৱহাৰ কৰিব পৰা যায়। ইয়াক এমাজনৰ পৰা ১১,৯৯৯ টকাত ক্ৰয় কৰিব পাৰি।

৪. মোববাই টিকৱাটছ ই২

মোববাই টিকৱাটছ ই২ এমাজনত ১৩,৯৯৯ টকাত পোৱা যায়। ই ৫এটিএম ৱাটাৰ ৰেজিষ্টেন্সৰ সৈতে ছীমপ্ৰুফ। ২৪ ঘন্টা হাৰ্ট বিট পৰ্যবেক্ষণ কৰা এই স্মাৰ্টৱাটছ ৱিল্ড-ইন জিপিএছৰ সৈতে পোৱা যায়।

ইয়াত গুগল প্লে ষ্ট’ৰ এপকো চলাব পৰা যায়। ইয়াত ৱিল্ড-ইন গুগল এছিটেন্ট ছাপোৰ্টো পোৱা যায়।

৫. ফিটবিট বৰ্সা লাইট

ফিটবিটৰ এই স্মাৰ্টৱাটছে ৱিল্ড-ইন জিপিএছ, হাৰ্ট বিট মনিটৰ, শ্লিপ ট্ৰেপিং আৰু সমগ্ৰ দিনটোৰ কামকাজ পৰ্যবেক্ষণ কৰিব পাৰে। ই ১৫ ধৰণৰ এক্সাৰচাইজ মুডক ছাপোৰ্ট কৰে। চিংগল চাৰ্জিঙত ই ৪ দিন পৰ্যন্ত বেকআপ দিব পাৰে। ইয়াক ফ্লিপকাৰ্টত ১৪,৯৯৯ টকাত ক্ৰয় কৰিব পাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd