• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাছাই দিলে ডাঙৰ খবৰটো—শুকান, ৰুক্ষ ৰঙা গ্ৰহও ভৰি আছে পানীৰে!

এন ই নাও নিউজ by এন ই নাও নিউজ
March 18, 2021 3:23 pm
a nasa
10.1k
VIEWS
Share on FacebookShare on Twitter

ৰঙা গ্ৰহ মঙলকলৈ বিশ্বৰ বিজ্ঞানীসকলৰ লগতে সাধাৰণ মানুহৰো কৌতূহলৰ শেষ নাই।

ইমান দিনে সকলোৱে ভাবি আহিছিল যে  অনৱৰতে ৰেড অক্সাইডৰ দুমুহাই অশান্ত কৰি ৰখা মঙল গ্ৰহত কোনো পানী নাই।

গ্ৰহটোতে পূৰ্বতে পানী আছিল যদিও বহু কোটি বছৰ পূৰ্বে গ্ৰহটোৰ পৰা পানী জলীয় ভাপ হৈ  উৰি গৈছিল।

কিন্তু তাহানিৰ দিনৰে পৰা মানুহৰ মনত শিপাই থকা সেই ধাৰণাক ভূল প্ৰতিপন্ন কৰি নাছাই কৈছে যে শুকান গ্ৰহ মঘলতো পানী আছে।

মঙল গ্ৰহত থকা পানীৰ পৰিমাণ আটলাণ্টিক মহাসাগৰত থকা পানীৰ পৰিমাণৰ প্ৰায় আধা বুলি নাছাই প্ৰকাশ কৰিছে।

নাছাৰ বিজ্ঞানী ইভা স্কেলাৰে ‘জাৰ্নাল ছায়েন্স’ বিজ্ঞান পত্ৰিকাত প্ৰকাশ কৰা এটা নিৱন্ধত এই কথা স্পষ্ট ভাবে উল্লেখ কৰিছে যে মঙল গ্ৰহত এতিয়াও ৩৩ ৰ পৰা ৯৯ শতাংশ পানী আছে।

অৱশ্যে সেই পানী গ্ৰহটোৰ উপৰি ভাগত থকাৰ সলনি ভূগৰ্ভতহে সঞ্চিত হৈ আছে।

কোটি কোটি বছৰ পূৰ্বে মঙল গ্ৰহৰ  বহু পৰিমাণৰ পানী আগ্নেয়গিৰিৰ উদগীৰণ, সূৰ্যৰ তাপত ভাপ হৈ উৰি গৈছিল।

অৱশিষ্ট পানী ভাগ মাটিৰ তললৈ সোমাই গৈছিল।

নাছাৰ বিজ্ঞানীগৰাকীয়ে হাইড্ৰ’জেন আইচোটপ ডাটা ছেটৰ সহায় লৈ মঙল গ্ৰহৰ ভূ গৰ্ভত এতিয়াও বিশাল পৰিমাণৰ পানী থকাৰ কথাটো প্ৰমাণ কৰিবলৈ সক্ষম হৈছে।

তেওঁ লগতে কয় যে মঙল গ্ৰহৰ ভূগৰ্ভত থকা বিভিন্ন ধাতুৰ সংস্পৰ্শলৈ অহাৰ ফলত হয়তো পানী ভাগ ব্যৱহাৰৰ উপযোগী হৈ থকা নাই।

এই সম্দৰ্ভত আৰু অধিক গৱেষণা চলালে মঙলৰ পানীৰ বিষয়ে অধিক তথ্য লাভ কৰিব পৰা যাব বুলি নাছাৰ বিজ্ঞানীগৰাকীয়ে প্ৰকাশ কৰে।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd