• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰক্ষী উপ-পৰিদৰ্শক ভাস্কৰ কলিতাৰ হত্যাৰ অভিযোগত সাত আলফা সদস্যৰ বিৰুদ্ধে NIAৰ চাৰ্জশ্বীট

এন ই নাও নিউজ by এন ই নাও নিউজ
September 11, 2020 12:49 pm
NIA-Bhaskar-Kalita-1140x570
665
VIEWS
Share on FacebookShare on Twitter

নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি (NIA)য়ে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক ভাস্কৰ কলিতাক হত্যাৰ অভিযোগত সাতজন আলফা সদস্যৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছে।

যোৱা ২০১৮ৰ মে’ৰ ৪তাৰিখে বৰডুমচা আৰক্ষী থানাত ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতা অসম-অৰুণাচল সীমান্তত আলফা (স্বা)ৰ এটা দলৰ সৈতে হোৱা এক সংঘর্ষত নিহত হৈছিল।

আলফা সদস্য বিজিত গগৈ, কান্ত বৰা, সন্তোষ গগৈ, যুচিন্ত মৰান, বুবুল মৰান, দীপাংকৰ বৰা আৰু মামুন দিহিঙিয়াৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰা হৈছে।

ভাস্কৰ কলিতাই সেইদিনা কুজুপথাৰ গাঁৱৰ এটা ঘৰত আলফা সদস্যৰ এটা দলৰ উপস্থিতিৰ বিশেষ তথ্য লাভ কৰিছিল।

ইয়াৰ পাছতে আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনীয়ে এক যৌথ অভিযান চলায়।

ঘৰটোৰ চৌহদত প্ৰৱেশ কৰিবলৈ লোৱাৰ সময়ত ঘৰৰ ভিতৰত আত্মগোপন কৰি থকা আলফা সদস্যসকলে তালাচী চলাবলৈ যোৱা দলটোলৈ অপ্ৰৰোচিতভাৱে গুলীচালনা কৰাত ভাস্কৰ কলিতা নিহত হয়।

আনহাতে, কম পোহৰৰ সুযোগ লৈ আলফা বিদ্ৰোহীসকল ওচৰৰ অৰণ্যলৈ পলাই যাবলৈ সক্ষম হয়।

পলাই যোৱাৰ সময়ত আলফা সদস্যসকলে মৃত আৰক্ষী বিষয়াগৰাকীৰ পৰা এটা এ কে -৪৭ ৰাইফল লৈ যায়। এন আই এই ইয়াৰ চাৰ্জশ্বীটত এইকথা উল্লেখ কৰিছে।

এন আই য়ে জানিবলৈ দিয়া মতে তদন্তত এই অভিযান আলফা নেতা অৰুনোদই দহোতীয়াৰ নিৰ্দেশত সংঘটিত কৰা বুলি নিশ্চিত হৈছে।

পৰৱৰ্তী তদন্ত চলি থকাৰ কথা জানিবলৈ দি এন আই এ লগতে কয় যে সশস্ত্ৰ আলফাৰ সদস্যসকল ম্যানমাৰৰ এটা শিৱিৰৰ পৰা আহিছিল আৰু আক্ৰমণৰ লগতে পুঁজি সংগ্ৰহৰ পৰিকল্পনা লৈ আহিছিল।

আলফা (স্বা)ৰ সৈতে সংঘৰ্ষত নিহত অসম আৰক্ষীৰ সাহসী বিষয়াগৰাকীয়ে স্বাধীনতা দিৱসত মৰণোত্তৰভাৱে সাহসিকতাৰ বাবে আৰক্ষীৰ পদক লাভ কৰে।

Recent News

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd