• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষী উপ-পৰিদৰ্শক ভাস্কৰ কলিতাৰ হত্যাৰ অভিযোগত সাত আলফা সদস্যৰ বিৰুদ্ধে NIAৰ চাৰ্জশ্বীট

এন ই নাও নিউজ by এন ই নাও নিউজ
September 11, 2020 12:49 pm
NIA-Bhaskar-Kalita-1140x570
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি (NIA)য়ে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক ভাস্কৰ কলিতাক হত্যাৰ অভিযোগত সাতজন আলফা সদস্যৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছে।

যোৱা ২০১৮ৰ মে’ৰ ৪তাৰিখে বৰডুমচা আৰক্ষী থানাত ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতা অসম-অৰুণাচল সীমান্তত আলফা (স্বা)ৰ এটা দলৰ সৈতে হোৱা এক সংঘর্ষত নিহত হৈছিল।

Apply Now

আলফা সদস্য বিজিত গগৈ, কান্ত বৰা, সন্তোষ গগৈ, যুচিন্ত মৰান, বুবুল মৰান, দীপাংকৰ বৰা আৰু মামুন দিহিঙিয়াৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰা হৈছে।

ভাস্কৰ কলিতাই সেইদিনা কুজুপথাৰ গাঁৱৰ এটা ঘৰত আলফা সদস্যৰ এটা দলৰ উপস্থিতিৰ বিশেষ তথ্য লাভ কৰিছিল।

ইয়াৰ পাছতে আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনীয়ে এক যৌথ অভিযান চলায়।

ঘৰটোৰ চৌহদত প্ৰৱেশ কৰিবলৈ লোৱাৰ সময়ত ঘৰৰ ভিতৰত আত্মগোপন কৰি থকা আলফা সদস্যসকলে তালাচী চলাবলৈ যোৱা দলটোলৈ অপ্ৰৰোচিতভাৱে গুলীচালনা কৰাত ভাস্কৰ কলিতা নিহত হয়।

আনহাতে, কম পোহৰৰ সুযোগ লৈ আলফা বিদ্ৰোহীসকল ওচৰৰ অৰণ্যলৈ পলাই যাবলৈ সক্ষম হয়।

পলাই যোৱাৰ সময়ত আলফা সদস্যসকলে মৃত আৰক্ষী বিষয়াগৰাকীৰ পৰা এটা এ কে -৪৭ ৰাইফল লৈ যায়। এন আই এই ইয়াৰ চাৰ্জশ্বীটত এইকথা উল্লেখ কৰিছে।

এন আই য়ে জানিবলৈ দিয়া মতে তদন্তত এই অভিযান আলফা নেতা অৰুনোদই দহোতীয়াৰ নিৰ্দেশত সংঘটিত কৰা বুলি নিশ্চিত হৈছে।

পৰৱৰ্তী তদন্ত চলি থকাৰ কথা জানিবলৈ দি এন আই এ লগতে কয় যে সশস্ত্ৰ আলফাৰ সদস্যসকল ম্যানমাৰৰ এটা শিৱিৰৰ পৰা আহিছিল আৰু আক্ৰমণৰ লগতে পুঁজি সংগ্ৰহৰ পৰিকল্পনা লৈ আহিছিল।

আলফা (স্বা)ৰ সৈতে সংঘৰ্ষত নিহত অসম আৰক্ষীৰ সাহসী বিষয়াগৰাকীয়ে স্বাধীনতা দিৱসত মৰণোত্তৰভাৱে সাহসিকতাৰ বাবে আৰক্ষীৰ পদক লাভ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd