• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছিৰাজৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ গুঞ্জন? ক্ৰিকেটাৰগৰাকীক ৰাখী পিন্ধালে আশা ভোছলেৰ নাতিনীয়েকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2025 1:08 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুনা গৈছিল যে ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছিৰাজ আৰু প্ৰখ্যাত গায়িকা আশা ভোছলেৰ নাতিনী জানাই ভোছলেৰ মাজত প্ৰেমৰ সম্পৰ্ক আছে। জানাইৰ জন্মদিনৰ পাৰ্টিত ছিৰাজৰ উপস্থিতিৰ পিছত আৰু ছবিবোৰ দেখাৰ পিছত বহুতে সিদ্ধান্তই লৈ পেলাইছিল যে জানাই আৰু মহম্মদ ছিৰাজ প্ৰেমত পৰিছে।

তদুপৰি, দুয়োজনে প্ৰায়ে ইজনে সিজনৰ বাবে পোষ্ট কৰা দেখা গৈছিল। অৱশ্যে এই ৰাখীৰ দিনটোত মহম্মদ ছিৰাজৰ সৈতে জানাইৰ সম্পৰ্কৰ প্ৰকৃত সত্য পোহৰলৈ আহিল।

Apply Now

ইয়াৰ পূৰ্বেও জানাই ভোছলেই বহুবাৰ কৈছে যে তেওঁ ক্ৰিকেটাৰ মহম্মদ ছিৰাজক নিজৰ ভাতৃৰ দৰেই গণ্য কৰে। তথাপিও ক্ৰিকেটাৰগৰাকীৰ সৈতে তেওঁৰ সম্পৰ্কৰ উৰাবাতৰি চলিয়েই আছিল। এনে পৰিস্থিতিত ৰাখী বন্ধনৰ দিনা জানাইয়ে তেওঁ আৰু ছিৰাজৰ সম্পৰ্কৰ প্ৰমাণ দিলে।

ক্ৰিকেটাৰগৰাকীক ৰাখী পিন্ধোৱাৰ ভিডিঅ’ এটা শ্বেয়াৰ কৰিছে জানাই। ইয়াৰ আগতেও বিভিন্ন স্থানত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক নাই বুলি কৈছিল যদিও সেই কথা কোনেও মানি লোৱা নাছিল। কিন্তু শনিবাৰে জানাই আৰু ছিৰাজৰ মাজত যে প্ৰেমৰ সম্পৰ্ক নাই সেয়া প্ৰমাণ কৰি দিলে।

জানাই ৰাখী বান্ধিলে, ছিৰাজে উপহাৰ দিলে

ৰাখী বন্ধনৰ জৰিয়তে নিজৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ পোষ্ট কৰিছে জানাই ভোছলে। ইয়াত জানাইক সেউজীয়া পোছাক পিন্ধা দেখা গৈছে, আৰু তেওঁৰ লগত বগা কুৰ্তা-পাইজামা পিন্ধি বহি থকা মহম্মদ চিৰাজক সপ্ৰতিভ দেখা গৈছে। ভিডিঅ’টোত জানাইয়ে মহম্মদ চিৰাজৰ হাতত ৰাখী বান্ধি থকা দেখা গৈছে। তাৰ পিছত ক্ৰিকেটাৰগৰাকীয়ে জানাইক ৰাখী বন্ধনৰ বাবে উপহাৰ দিয়াও দেখা যায়।

এই ভিডিঅ’টোৰ সৈতে জানাইয়ে ‘জিগ্ৰা’ চিনেমাৰ ‘তেনু চাং ৰাখনা’ গীতটো সংযোজন কৰিছে। কেপচনত জানাই লিখিছে- ‘এক হাজাৰৰ ভিতৰত… ইয়াতকৈ ভাল হ’ব নোৱাৰিলেহেঁতেন।’  

View this post on Instagram

A post shared by Zanai Bhosle💜 (@zanaibhosle)

জানাই লগতে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এই ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে- ‘আটাইতকৈ ভাল ভাতৃ।’ ছিৰাজেও এই সুন্দৰ ভিডিঅ’টো তেওঁৰ ষ্টৰীত পুনৰ শ্বেয়াৰ কৰিছে। অৱশ্যে জানাই আৰু ছিৰাজে এই ভিডিঅ’টোৰ কমেণ্ট ছেকচন বন্ধ কৰি দিছে যাতে কোনেও মন্তব্য কৰিব নোৱাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd