• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড প্ৰদানত কোনো কাৰণতেই ক্ষমা নকৰে বুলি দাবী য়েমেনৰ ভুক্তভোগী পৰিয়ালৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2025 1:07 pm
81
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ, য়েমেনৰ এগৰাকী নাগৰিক তালাল আব্দো মাহদীক হত্যা কৰাৰ অভিযোগত কেৰালাৰ নাৰ্ছ নিমিষা প্ৰিয়া মৃত্যুদণ্ডৰ শাৰীত আছে ।

মৃত য়েমেনৰ নাগৰিক তালাল আব্দো মাহদীৰ পৰিয়াল প্ৰতিশোধৰ দাবীত আছে যদিও শেষ মুহূৰ্তত কেৰেলাৰ নাৰ্ছ নিমিষা প্ৰিয়াক ক্ষমা কৰিবলৈ তেওঁৰ ইছলামিক সমৰ্থকসকলে সম্পূৰ্ণ চেষ্টা চলাই আছে।

উল্লেখ্য যে, ১৬ জুলাইত তেওঁক ফাঁচী দিয়াৰ তাৰিখ আছিল যদিও ফাঁচিৰ সময় পিছুৱাই দিছে য়েমেন কৰ্তৃপক্ষই।

তালালৰ ভাতৃ আব্দুল ফাতাহ মাহদীয়ে কথিতভাৱে ছ’চিয়েল মিডিয়াত দিয়া পোষ্টত বিতংকৈ বুজাইছে যে নিমিশা প্ৰিয়াক কোনো কাৰণতেই ক্ষমা কৰা নহব।

ফটাহ মাহদীয়ে কয় যে “ন্যায়ৰ প্ৰাধান্য থাকিব” আৰু দৃঢ়তাৰে কয় যে “ফাঁচীৰ কোনো পলম নহ’লেও প্ৰতিশোধ আহিব।”

মুছলিমাই কয় যে, প্ৰতিশোধৰ ইচ্ছা থকাৰ পাছতো, তালালৰ পৰিয়ালৰ ওচৰত নিমিষা প্ৰিয়াক ক্ষমা কৰি দিয়াৰ সুযোগ বিচাৰি আছে তেওঁৰ ইছলামিক সমৰ্থকসকলে।

ইয়াৰোপৰি, কিছুমান বিশেষ লোকে কয় যে , সাংগঠনিক আৰু ৰাজনৈতিক ভিত্তিত মুছলিয়া ডাঙৰীয়াৰ বিৰোধিতা কৰাটোৱে পৰিস্থিতি আৰু অধিক জটিল কৰি তুলিব।

Recent News

আকৌ এক সংকটৰ সংকেত! নিপাহ ভাইৰাছৰ আশংকাত স্বাস্থ্য বিভাগৰ সতৰ্কতা জাৰি

আকৌ এক সংকটৰ সংকেত! নিপাহ ভাইৰাছৰ আশংকাত স্বাস্থ্য বিভাগৰ সতৰ্কতা জাৰি

নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড প্ৰদানত কোনো কাৰণতেই ক্ষমা নকৰে বুলি দাবী য়েমেনৰ ভুক্তভোগী পৰিয়ালৰ

নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড প্ৰদানত কোনো কাৰণতেই ক্ষমা নকৰে বুলি দাবী য়েমেনৰ ভুক্তভোগী পৰিয়ালৰ

লাছ ভেগাছত অনুষ্ঠিত ফ্ৰীষ্টাইল দবা গ্ৰেণ্ড শ্লেমত প্ৰতিযোগিতাত মেগনাছ কাৰ্লচেনক পৰাস্ত প্ৰজ্ঞানন্দৰ

লাছ ভেগাছত অনুষ্ঠিত ফ্ৰীষ্টাইল দবা গ্ৰেণ্ড শ্লেমত প্ৰতিযোগিতাত মেগনাছ কাৰ্লচেনক পৰাস্ত প্ৰজ্ঞানন্দৰ

কৃষ্ণাইৰ পাইকানত ভয়ংকৰ ঘটনা! আৰক্ষীক গুলীত নিহত এজন উচ্ছেদিত লোক

কৃষ্ণাইৰ পাইকানত ভয়ংকৰ ঘটনা! আৰক্ষীক গুলীত নিহত এজন উচ্ছেদিত লোক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd