• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Nirav Modi’s Assets Seized: হংকঙত নীৰৱ মোডীৰ ২৫০ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিলে ইডিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2022 8:38 am
Nirav Modi’s Assets Seized: হংকঙত নীৰৱ মোডীৰ ২৫০ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিলে ইডিয়ে

নীৰৱ মোডী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Nirav Modi’s Assets Seized ইডিয়ে পলাতক হীৰা ব্যৱসায়ী নীৰৱ মোডীৰ পুনৰ এক বিশাল পৰিমানৰ সম্পত্তি বাজেয়াপ্ত কৰিছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে হংকঙৰ পৰা প্ৰায় ২৫০ কোটি টকাৰ বিশাল সম্পত্তি বাজেয়াপ্ত কৰিছে।

নীৰৱ মোডী বৰ্তমান এক বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰত লণ্ডনৰ কাৰাগাৰত আছে।  ইডিয়ে এতিয়ালৈকে নীৰৱ মোডীৰ সৰ্বমুঠ ২,০০০ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিছে।

ইডিয়ে এক বিবৃতিত কয়, “তদন্তৰ সময়ত হংকঙত নীৰৱ মোডীৰ কেইবাটাও সম্পত্তি থকাৰ কথা জানিব পৰা গৈছিল। নীৰৱ মোডীৰ ব্যক্তিগত বেংকত ধন আৰু অলংকাৰ আছিল। বিত্তীয় প্ৰৱঞ্চনা প্ৰতিৰোধ আইনৰ ধাৰা ৫ অনুসৰি এই সম্পত্তি বাজেয়াপ্ত কৰা হৈছে। মুঠ ২৫০ কোটি টকাৰ সামগ্ৰী বাজেয়াপ্ত কৰা হৈছে।‘’

লগতে পঢ়ক: পশ্চিম বংগত ইডি- ৰ অভিযানত তৃণমূল মন্ত্ৰীৰ ঘনিষ্ঠ সহযোগীৰ ঘৰত ওলাল ২০ কোটি টকাৰ নগদ ধন

ইয়াৰ পূৰ্বেও ইডিয়ে নীৰৱ মোডীৰ দেশ-বিদেশত থকা স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি বাজেয়াপ্ত কৰিছিল।

বিবৃতিটোত লগতে কোৱা হৈছে, “নীৰৱ মোডী আৰু তেওঁৰ সহযোগীসকলৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি বাজেয়াপ্ত কৰা হৈছে। মুম্বাইৰ বিশেষ আদালতৰ ৰায় অনুসৰি প্ৰায় ১৩০০ কোটি টকাৰ সম্পত্তি জব্দ কৰা হৈছে। জব্দ কৰা সম্পত্তি হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়া বৰ্তমান চলি আছে। জব্দ কৰা সম্পত্তিৰ পৰা ইতিমধ্যে ক্ষতিগ্ৰস্ত বেংকসমূহক সহায় কৰা হৈছে।”

উল্লেখ্য যে কেইবছৰমান পূৰ্বে পিএনবিয়ে (পাঞ্জাৱ নেশ্যনেল বেংক) ভাৰতীয় হীৰা ব্যৱসায়ী নীৰৱ মোডীক বৃহৎ পৰিমাণৰ ধন ঋণ দিছিল। পিছত প্ৰকাশ পাইছিল যে  নীৰৱে এটা ভুৱা জামিনদাৰ ব্যৱহাৰ কৰি ঋণ লৈছিল। তেওঁক ২০১৯ৰ ১৪ মাৰ্চত লণ্ডনৰ এটা বেংকত একাউণ্ট খোলাৰ সময়ত গ্ৰেপ্তাৰ কৰা হৈছিল। তেতিয়াৰ পৰা, ভাৰতে তেওঁক দেশলৈ প্ৰত্যপৰ্ণৰ চেষ্টা কৰি আহিছে।

লগতে পঢ়ক: Adani Seeking Loan from SBI: আদানি গ্ৰুপে SBIৰ পৰা বিচাৰিছে ১৪,০০০ কোটি টকা ঋণ!

যোৱা ১৫ এপ্ৰিলত ব্ৰিটেইনৰ মুখ্য সচিব প্ৰীতি পেটেলে নীৰৱক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাৰ চুক্তিত স্বাক্ষৰ কৰে। কিন্তু নীৰৱ মোডীয়ে আবেদন কৰে যে যদি তেওঁ ভাৰতলৈ উভতি আহে তেন্তে তেওঁ নিৰপেক্ষ বিচাৰ নাপাব। সেই আৱেদনৰ শুনানি এতিয়াও চলি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

August 16, 2025 9:30 pm
ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

August 16, 2025 8:30 pm
পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

August 16, 2025 7:37 pm
আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ট্ৰাম্প–পুটিনৰ! যুদ্ধবিৰতিৰ সমাধান নোলোৱাত আশাহত বিশ্ব

আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ট্ৰাম্প–পুটিনৰ! যুদ্ধবিৰতিৰ সমাধান নোলোৱাত আশাহত বিশ্ব

August 16, 2025 7:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

August 16, 2025 9:30 pm
ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

August 16, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd