DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Adani Seeking Loan from SBI: আদানি গ্ৰুপে SBIৰ পৰা বিচাৰিছে ১৪,০০০ কোটি টকা ঋণ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 22, 2022 2:19 pm
115
VIEWS
Share on FacebookShare on Twitter

Adani Group approaches SBI ভাৰতীয় ষ্টেট বেংকৰ (এছবিআই) পৰা আদানি গ্ৰুপে ইতিমধ্যে ১২,০০০ কোটি টকা আৰু ৬,০০০ কোটি টকাৰ দুটা ঋণ লৈ থৈছে। বাতৰি অনুসৰি এইবাৰ আদানিয়ে নতুন প্ৰকল্পৰ বাবে ১৪,০০০ কোটি টকাৰ ঋণ বিচাৰিছে।

আদানি গ্ৰুপে গুজৰাটৰ মুন্দ্ৰাত এটা কয়লাৰ পৰা পলিভিনাইল ক্লৰাইড (পিভিচি) প্ৰ স্তুত কৰাৰ বাবে প্ৰকল্প স্থাপন কৰিব। ইয়াৰ বাবে গৌতম আদানিয়ে ভাৰতীয় ষ্টেট বেংকৰ সাহায্য বিচাৰিছে।

লগতে পঢ়ক: International cricket match in Guwahati: অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হ’ব দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ টি-২০ মেচ

বাতৰি অনুসৰি, আদানি গ্ৰুপে এই সন্দৰ্ভত এছবিআইৰ সৈতে যোগাযোগ কৰিছে। সূত্ৰ অনুসৰি তেওঁলোকে প্ৰায় ১৪,০০০ কোটি টকাৰ ঋণ বিচাৰিছে।

যোৱা কেইমাহমানত এইটো ভাৰতৰ আটাইতকৈ ডাঙৰ ঋণৰ আবেদন বুলি ক’ব পাৰি। আদানি এণ্টাৰপ্ৰাইজেছে আগতে নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অধিগ্ৰহণৰ বাবে ১২,৭৭০ কোটি টকাৰ ঋণ লৈছিল।

আদানি গ্ৰুপে এছ বি আইৰ সহায়ত আন এক বৃহৎ পৰিমাণৰ ঋণ লাভ কৰিছে। আদানি গ্ৰুপে গুজৰাটত কচ্ছ কপাৰ লিমিটেডৰ (KCL) তাম শোধনাগাৰ প্ৰকল্প স্থাপন কৰিছে।

লগতে পঢ়ক: CBSE Class 12th Result 2022: চিবিএছই দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা; কেনেদৰে চাব ফলাফল?

ভাৰতীয় ষ্টেট বেংকৰ (এছবিআই) নেতৃত্বত বেংকসমূহৰ এটা কনছ’ৰ্টিয়ামে প্ৰকল্পটোৰ বাবে ৬,৭০১ কোটি টকাৰ ঋণ অনুমোদন দিছে।

আদানি এণ্টাৰপ্ৰাইজেছ লিমিটেডৰ সঞ্চালক বিনয় প্ৰকাশে জনাইছে যে প্ৰকল্পটো ২০২৪ চনত আৰম্ভ হ’ব।

Recent News

কলিয়াবৰৰ ৰাজপথত উদ্ধাৰ এগৰাকী অকলশৰীয়া কিশোৰী,নগাঁৱৰ চাইল্ড লাইনলৈ প্ৰেৰণ

কলিয়াবৰৰ ৰাজপথত উদ্ধাৰ এগৰাকী অকলশৰীয়া কিশোৰী,নগাঁৱৰ চাইল্ড লাইনলৈ প্ৰেৰণ

কৃষক আন্দোলনৰ সমৰ্থন বিচাৰি জ’ বিদেনলৈ পত্ৰ প্ৰেৰণ ৪০জনৰো অধিক আইনজীৱীৰ

কথা পাহৰা ৰোগত আক্ৰান্ত হৈছে নেকি মাৰ্কিন ৰাষ্ট্ৰপতি বিদেন! চলাই নিব পাৰিবনে আমেৰিকাক?

২৭ আগষ্টত দেশে লাভ কৰিব নতুন  মুখ্য ন্যায়াধীশ , কাৰ্যকাল হ’ব মাত্ৰ ৭৪ দিনৰ

২৭ আগষ্টত দেশে লাভ কৰিব নতুন মুখ্য ন্যায়াধীশ , কাৰ্যকাল হ’ব মাত্ৰ ৭৪ দিনৰ

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd