DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 22, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

International cricket match in Guwahati: অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হ’ব দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ টি-২০ মেচ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 22, 2022 12:34 pm
136
VIEWS
Share on FacebookShare on Twitter

Guwahati: T20I match India played against South Africa গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অক্টোবৰত পুনৰ এখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল উপভোগ কৰাৰ সুবিধা লাভ কৰিব অসমৰ ক্ৰিকেটপ্ৰেমী দৰ্শকে।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ আগন্তুক ঘৰুৱা শৃংখলাৰ বাবে আয়োজন কৰিবলগীয়া মেচসমূহৰ স্থানসমূহ নিশ্চিত কৰা হৈছ।

চলিত বছৰৰ ১৬ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন মেচৰ ঘৰুৱা শৃংখলাৰ বাবে স্থানসমূহ নিৰ্ধাৰণ কৰাৰ লগে লগে গুৱাহাটীয়ে পুনৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাত এখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ আয়োজন কৰাৰ সুযোগ লাভ কৰিছে।

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম।

২৮ ছেপ্টেম্বৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০শৃংখলাৰ প্ৰথমখন মেচ ভাৰতে খেলিব ত্ৰিবান্দ্ৰমত। সেইদৰে ১ অক্টোবৰত গুৱাহাটীত আৰু ৩ অক্টোবৰত ইন্দোৰত আন দুখন মেচ খেলিব।

সূচী অনুসৰি, টী-২০ শৃংখলাৰ পিছতে ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন এদিনীয়া মেচৰ এক শৃংখলাও খেলিব। অহা ৬ অক্টোবৰৰ পৰা আৰম্ভ হ’ব এই শৃংখলা। এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ ৰাঁচীত, দ্বিতীয়খন ৯ অক্টোবৰত লক্ষ্ণৌত আৰু ১১ অক্টোবৰত দিল্লীত তৃতীয়খন মেচ খেলোৱা হ’ব।  

Recent News

মোডী বিৰোধী পোষ্টাৰক লৈ ৩৬ টা গোচৰ, ৬ জনক গ্ৰেপ্তাৰ

মোডী বিৰোধী পোষ্টাৰক লৈ ৩৬ টা গোচৰ, ৬ জনক গ্ৰেপ্তাৰ

ডাঙৰ খবৰ : ২০২৩ ৰ ক্ৰিকেট বিশ্বকাপ অনুষ্ঠিত হ’ব বৰ্ষাপাৰাত

ডাঙৰ খবৰ : ২০২৩ ৰ ক্ৰিকেট বিশ্বকাপ অনুষ্ঠিত হ’ব বৰ্ষাপাৰাত

ভিডিঅ’ গেম খেলাৰ বাবেই কাছাৰত মৰিয়াই মৰিয়াই হত্যা নাবালকক

ভিডিঅ’ গেম খেলাৰ বাবেই কাছাৰত মৰিয়াই মৰিয়াই হত্যা নাবালকক

অৰুণাচলত উদযাপন কৰা হ’ল ভাৰত-ভূটানৰ ‘বন্ধুত্ব উৎসৱ’

অৰুণাচলত উদযাপন কৰা হ’ল ভাৰত-ভূটানৰ ‘বন্ধুত্ব উৎসৱ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd