• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিজেপিৰ দ্বিতীয় প্ৰাৰ্থী তালিকা প্ৰকাশঃ তালিকাত গাডকাৰীসহ কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী

হাৰিয়ানাৰ পদত্যাগী মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ নামো অন্তৰ্ভুক্ত প্ৰাৰ্থী তালিকাত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 13, 2024 9:50 pm
BJP's 2nd List Lok Sabha Polls
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আজি দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে শাসকীয় দল বিজেপিয়ে। দ্বিতীয়খন তালিকাত দলটোৱে ৭২ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।

ঘোষিত এই তালিকাত বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী নীতিন গাডকাৰী, পীযুষ গোৱাল, অনুৰাগ সিং ঠাকুৰ, প্ৰহ্লাদ যোশীকে ধৰি কেইবাগৰাকীও নেতাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।

ইফালে সোমবাৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰা মনোহৰ লাল খট্টৰকো লোকসভাৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে। তেওঁৰ লগতে আন দুগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱট আৰু বাসৱৰাজ বম্বাইকো প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে।

বিজেপিৰ এই দ্বিতীয় তালিকাত দিল্লীৰ দুখন আসন, গুজৰাটৰ ৭খন আসন, হাৰিয়ানাত ৬খন আসন, হিমাচল প্ৰদেশৰ দুখন আসন, কৰ্ণাটকৰ ২০খন আসন, মধ্যপ্ৰদেশৰ ৫খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা হৈছে।

সেইদৰে মহাৰাষ্ট্ৰৰ ২০খন আসন, তেলেংগানাৰ ৬খন আসন, ত্ৰিপুৰাৰ এখন আসন, উত্তৰাখণ্ডৰ দুখন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা হৈছে। দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ বাবেও ঘোষণা কৰা হৈছে প্ৰাৰ্থীৰ নাম।

উল্লেখ্য যে, যোৱা ২ মাৰ্চত বিজেপিয়ে ১৯৫ গৰাকী প্ৰাৰ্থীৰ নাম সন্নিৱিষ্ট প্ৰথমখন তালিকা প্ৰকাশ কৰিছিল। আজিৰ তালিকাৰ ৭২ গৰাকী প্ৰাৰ্থীৰ সৈতে এইপ্ৰৰ্যন্ত ২৬৭ গৰাকী প্ৰাৰ্থী ঘোষণা কৰিছে শাসকীয় দলটোৱে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঈদ মিলাদ অনুষ্ঠানত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান! ক’ত এই বিতৰ্ক?

ঈদ মিলাদ অনুষ্ঠানত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান! ক’ত এই বিতৰ্ক?

September 9, 2025 5:29 pm
কুলগ্ৰামত সেনা-সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী : দুই সন্ত্ৰাসবাদীৰ লগতে নিহত দুই সেনা জোৱান

কুলগ্ৰামত সেনা-সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী : দুই সন্ত্ৰাসবাদীৰ লগতে নিহত দুই সেনা জোৱান

September 9, 2025 5:23 pm
জন্ম শতবৰ্ষত সুধাকন্ঠৰ সপোন বাস্তৱত ৰূপায়ন কৰা উচিত : অজিত কুমাৰ ভূঞা

জন্ম শতবৰ্ষত সুধাকন্ঠৰ সপোন বাস্তৱত ৰূপায়ন কৰা উচিত : অজিত কুমাৰ ভূঞা

September 9, 2025 3:56 pm
নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ টোপ! আদিবাসী জাতিৰ প্ৰমাণপত্ৰ সমস্যা সমাধানৰ ঘোষণা অসমৰ মুখ্যমন্ত্ৰীৰ

নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ টোপ! আদিবাসী জাতিৰ প্ৰমাণপত্ৰ সমস্যা সমাধানৰ ঘোষণা অসমৰ মুখ্যমন্ত্ৰীৰ

September 9, 2025 3:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঈদ মিলাদ অনুষ্ঠানত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান! ক’ত এই বিতৰ্ক?

ঈদ মিলাদ অনুষ্ঠানত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান! ক’ত এই বিতৰ্ক?

September 9, 2025 5:29 pm
কুলগ্ৰামত সেনা-সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী : দুই সন্ত্ৰাসবাদীৰ লগতে নিহত দুই সেনা জোৱান

কুলগ্ৰামত সেনা-সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী : দুই সন্ত্ৰাসবাদীৰ লগতে নিহত দুই সেনা জোৱান

September 9, 2025 5:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd