• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সামাজিক মাধ্যমত বিয়পি পৰা ভূৱা খবৰেই কাল হ’ল নেকি? মণিপুৰৰ ধৰ্ষণৰ আঁৰৰ কাহিনী

কোকিল শইকীয়া by কোকিল শইকীয়া
July 20, 2023 9:40 pm
2.6k
VIEWS
Share on FacebookShare on Twitter

যোৱা মে মাহৰ ৩ তাৰিখৰ কথা। হঠাৎ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এগৰাকী যুৱতীৰ এখন বিশেষ ফটো। প্লাষ্টিকৰ বেগত মেৰিয়াই থোৱা আছিল যুৱতীগৰাকীৰ মৃতদেহ। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা উক্ত ফটোখন সামাজিক মাধ্যমত শ্বেয়াৰ কৰি প্ৰচাৰ কৰা হৈছিল যে কুকি পুৰুষে চুৰাচান্দপুৰৰ এইগৰাকী মেইটেই যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিছে। প্ৰচাৰ কৰা হৈছিল যে যুৱতীগৰাকী মণিপুৰৰ নাৰ্চিঙৰ ছাত্ৰী আছিল।

পিছত গ’ম পোৱা গ’ল যে ফটোখন ভূৱা। প্ৰশাসন আৰু পিছত প্ৰশাসন আৰু বিশেষজ্ঞই ফটোখনত দেখা যুৱতীগৰাকীক ২০২২ চনৰ নৱেম্বৰ মাহত পিতৃ-মাতৃয়ে হত্যা কৰা দিল্লীৰ আয়ুষী চৌধুৰী বুলি নিশ্চিত কৰে। 

কিন্তু এই খবৰ ভূৱা বুলি প্ৰতিপন্ন হোৱালৈকে এই ভুৱা বাতৰিটোৱে মেইটেই জনজাতীয় মহিলাসকলৰ ওপৰত কুকি পুৰুষে নিৰ্যাতন চলোৱা বুলি প্ৰতিশোধ আৰু হিংসাৰ দাবানল জ্বলি উঠিছিল।

এই ফটোখন সামাজিক মাধ্যমত বিয়পি পৰা এদিনৰ পিছতেই অৰ্থাৎ ৪ মে’ৰ দিনাখন কাংপকপি জিলাৰ এগৰাকী ৪০ বছৰীয়া কুকি মহিলা আৰু এগৰাকী কিশোৰীক ধাননি পথাৰলৈ টানি নি মেইটেই সম্প্ৰদায়ৰ কেইজনমান লোকে উপৰ্যুপৰি ধৰ্ষণ কৰে। ধৰ্ষণৰ সময়ত তেওঁলোকে চিঞৰি উঠে – “তোমালোকৰ পুৰুষে আমাৰ মহিলাসকলৰ লগত যি কৰিলে, আমিও তোমালোকক কৰিম।”

অৰ্থাৎ তেওঁলোকৰ বাবে এয়া আছিল প্ৰতিশোধ। এই সকলোবোৰ এটা ভুৱা বাতৰিৰ বাবেই হৈছিল। 

৪ মে’ত সংঘটিত হোৱা এই ধৰ্ষণ কাণ্ডৰ গোচৰ ৰুজু কৰা হৈছিল ১৮ মে’ তাৰিখে। আৰু এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিল ১৯ জুলাই তাৰিখে। 

কিন্তু ১৮ মে’ত গোচৰ ৰুজু হোৱাৰ পিছতো ঘটনাৰ গাপ দিবলৈ চেষ্টা কৰা হ’ল। হিংসা হত্যাৰ আনবোৰ খবৰৰ দৰে চৰ্চা লাভ নকৰিলে মণিপুৰৰ ধৰ্ষণকাণ্ডই।

আটাইতকৈ ডাঙৰ কথাটো হ’ল যে ১৮ মে’ত গোচৰ ৰুজু হোৱা পিছতো ভিডিঅ’ ভাইৰেল নোহোৱা পৰ্যন্ত অৰ্থাৎ ১৯ জুলাইৰ দিনালৈকে এজনো অপৰাধীক গ্ৰেপ্তাৰ কৰা নাছিল আৰক্ষীয়ে। ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছত যেতিয়া গোটেই বিশ্বব্যাপী ঘটনাটো বিয়পি পৰিল তেতিয়াহে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ২ জন অভিযুক্তক। এতিয়ালৈকে মাত্ৰ ২ জন।

Recent News

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd