• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

COVID-19: লকডাউন বৃদ্ধিৰ কোনো পৰিকল্পনা নাই কেন্দ্ৰৰ; স্পষ্ট কৰিলে কেবিনেট সচিবে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 30, 2020 12:02 pm
861204-rajiv-gauba-1140x570

কেন্দ্ৰীয় সচিব ৰাজীৱ গৌবা। ফাইল ফটো

3.7k
VIEWS
Share on FacebookShare on Twitter

COVID-19ৰ বাবে চলি থকা লকডাউন ১৪ এপ্ৰিলৰ মাজনিশাৰ পাছত পুনৰ বৃদ্ধি হ’ব বুলি চলি থকা চৰ্চাৰ মাজতে সোমবাৰে কেবিনেট সচিব ৰাজীৱ গৌবাই কয় যে ৰাষ্ট্ৰজোৰা লকডাউন বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰৰ কোনো পৰিকল্পনা নাই।

২১ দিনৰ পাছত লকডাউন পুনৰ বৃদ্ধি কৰা হ’ব বুলি একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হৈ থকা বাতৰিত তেওঁ আশ্চৰ্য প্ৰকাশ কৰে।

ইয়াৰ মাজতে কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা দেওবাৰে সন্ধিয়া ১০০০ অতিক্ৰম কৰিছে।

COVID-19ৰ ফলত দেশত এতিয়ালৈকে ২৯জন লোকৰ মৃত্যু হোৱাৰ খৱৰ পোৱা গৈছে।

ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্ছ (আই চি এম আৰ)য়ে কমেও ৩৪,৯৩১টা কৰ’না ভাইৰাছৰ পৰীক্ষা সম্পন্ন কৰিছে।

ইপিনে, কেন্দ্ৰই ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সকলো ৰাজ্যিক তথা জিলা সীমান্ত কাৰ্যকৰীভাৱে বন্ধ কৰি দিয়াৰ বাবে নিৰ্দেশ দিছে।

সোমবাৰে ৰাষ্ট্ৰজোৰা লকডাউনে ষষ্ঠদিনত ভৰি দিলে।

যোৱা ২৪ মাৰ্চত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১দিনৰ বাবে লকডাউন ঘোষণা কৰিছিল।

দেওবাৰে ৰেডিঅ’ যোগে সম্প্ৰচাৰিত ‘মন কি বাত’ কাৰ্যসূচীত মোদীয়ে ৰাষ্ট্ৰজোৰা লকডাউনৰ ফলত হোৱা সমস্যাৰ বাবে সকলোকে ক্ষমা বিচাৰে।

মোদীয়ে অৱশ্যে এই কাৰ্যৰ যুক্তিযুক্ততা দাঙি ধৰি কয় যে এইটো প্ৰয়োজন আছিল কিয়নো দেশখনে এতিয়া জীৱন আৰু মৃত্যুৰ বাবে যুঁজ দিবলগীয়া হৈছে।

Tags: COVID19

Recent News

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

গোলাঘাটৰ নেঘেৰিবিলত চলিব ৩০০ বিঘা মাটিত উচ্ছেদ! উচ্ছেদৰ পূৰ্বে ঠাই এৰিছে বাসিন্দাসকলে

গোলাঘাটৰ নেঘেৰিবিলত চলিব ৩০০ বিঘা মাটিত উচ্ছেদ! উচ্ছেদৰ পূৰ্বে ঠাই এৰিছে বাসিন্দাসকলে

অবৈধ নিৰ্মাণৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকক আক্ৰমণ : জেলৰ পৰাই ওলাই আহি প্ৰতিশোধ লোৱাৰ ভাবুকি অভিযুক্তৰ

অবৈধ নিৰ্মাণৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকক আক্ৰমণ : জেলৰ পৰাই ওলাই আহি প্ৰতিশোধ লোৱাৰ ভাবুকি অভিযুক্তৰ

বন বিভাগৰ অধীনৰ অঞ্চলত ধ্বংস যজ্ঞ! ফকিৰাগ্ৰামৰ ১৮ লাখ টকীয়া প্ৰকল্পৰ বৈধতাক লৈ উঠিছে প্ৰশ্ন

বন বিভাগৰ অধীনৰ অঞ্চলত ধ্বংস যজ্ঞ! ফকিৰাগ্ৰামৰ ১৮ লাখ টকীয়া প্ৰকল্পৰ বৈধতাক লৈ উঠিছে প্ৰশ্ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd