• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

CAB য়ে উত্তৰ-পূবৰ জনসাধাৰণৰ সাংবিধানিক অধিকাৰ খৰ্ব নকৰে বুলি কোৱাটো গৃহ মন্ত্ৰীৰ আভুৱা ভৰা কথা : এন ই এফ আই পি

এন ই নাও নিউজ by এন ই নাও নিউজ
September 11, 2019 8:37 pm
17-02-19 Guwahati- State BJP office Foundation Stone Amit Shah (15)

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূবৰ মুখ্য মন্ত্ৰী সকলৰ উপস্থিতিত অলপতে অনুষ্ঠিত হৈ যোৱা নেডাৰ চতুৰ্থ সমাৰোহত অংশগ্ৰহণ কৰি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে নাগৰিকত্ব সংশোধনী বিধেয়কে উত্তৰ-পূবৰ কেইখনমান ৰাজ্যত চলি থকা ইনাৰ লাইন পাৰ্মিট ব্যৱস্থাক ক্ষতিগ্ৰস্ত নকৰে বুলি দিয়া আশ্বাসৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এন ই এফ আই পি (North East Forum for Indigenous People) য়ে।

খিলঞ্জীয়া জনসাধাৰণে লাভ কৰি অহা সংস্কৃতি, ভাষা, অস্তিত্ব ৰক্ষাৰ সাংবিধানিক অধিকাৰ সমূহ বিধেয়কখনে কোনো কাৰণতে ক্ষতিগ্ৰস্ত নকৰে বুলিও গৃহ মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছিল।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীৰ বক্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এ ই এফ আই পিয়ে ইয়াক অসত্য আৰু বিপথে পৰিচালনা কৰা বক্তব্য আখ্যা দিয়ে। বিধেয়কখনৰ  মাধ্যমেৰে উত্তৰ-পূবত বিদেশীৰ বোজা জাপি দিয়াহে হ’ব বুলি কয় সংগঠনটোৱে।

আনহাতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূবৰ প্ৰতিগৰাকী খিলঞ্জীয়া নাগৰিকে সাংবিধানিক সুৰক্ষা লাভ কৰিব আৰু উত্তৰ-পূবৰ পৰা সকলো বিদেশীক বহিষ্কাৰ কৰা হ’ব বুলি দিয়া আশ্বাসক আদৰণি জনাইছে এন ই এফ আই পিয়ে।

এন ই এফ আই পিয়ে কেন্দ্ৰৰ দ্বাৰা আনিব বিচাৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ সম্পূৰ্ণ বিৰোধ কৰে আৰু ভবিষ্যতেও কৰি যাব বুলি উল্লেখ কৰে।

এই বিধেয়কৰ দ্বাৰা চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অহা হিন্দু, জৈন, শিখ, বৌদ্ধ, পাৰ্চি আৰু খ্ৰীষ্টিয়ান নাগৰিকক ভাৰতীয় নাগৰিকত্ব দিবলৈ কৰা চেষ্টাক কেতিয়াও গ্ৰহণ কৰা নহ’ব বুলি কয় তেওঁলোকে।

এন ই এফ আই পিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কক ভাৰতীয় সংবিধানৰ ধাৰা চৈধ্যৰ অপৰিপন্থী বুলিও কোৱাৰ লগতে ই সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰত আঘাত হানিব বুলি মন্তব্য কৰে।

নাগৰিকত্ব বিধেয়কৰ দ্বাৰা উত্তৰ-পূবৰ জনসাধাৰণৰ লাভ হ’ব বুলি ভবা ধাৰণাটো সম্পূৰ্ণ বিকৃত আৰু এটা মিছা ধাৰণা বুলি উল্লেখ কৰি এন ই এফ আই পিয়ে ইয়াৰ ফলত সমগ্ৰ উত্তৰ-পূবৰ জনগাঠনিৰ আমূল পৰিবৰ্তন হ’ব বুলি কয়।

কেন্দ্ৰ চৰকাৰক উত্তৰ-পূবৰ জনসাধাৰণৰ মতৰ বিপৰীতে এনে সিদ্ধান্ত গ্ৰহণ নকৰিবলৈও  সংগঠনটোৱে আহ্বান জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd