• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰৰ দিচাংমুখত নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংকৰ বান সাহায্য বিতৰণ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
July 30, 2020 12:52 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

566
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰত নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংকৰ প্ৰশংসনীয় কাৰ্য। ক’ৰ’না মহামাৰী আৰু বানপানীৰ বিভিষিকাময় পৰিস্থিতিৰ সময়ত আৰ্তজনৰ কাষত থিয় দিছে বেংকটোৱে।

আজি নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংকৰ শিৱসাগৰ শাখাই জিলাখনৰ দিচাংমুখৰ বানবিধ্বস্ত অঞ্চল লিগিৰীবাৰী আৰু আলিচিগাৰ প্ৰায় ১৫০ টা বান ক্ষতিগ্ৰস্ত পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী প্ৰদান কৰে।

বেংক কৰ্তৃপক্ষই শিৱসাগৰত দুদিনীয়া কাৰ্যসূচীৰে প্ৰায় ৩০০ টা পৰিয়ালৰ মাজত এই ধৰণে বান সাহায্য বিতৰণ কৰিব বুলি জানিবলৈ দিয়ে।

অহা কাইলৈ অৰ্থাৎ শুকুৰবাৰে শিৱসাগৰৰ পানবেচাৰ লৰাপুতা আৰু বলিয়াঘাটত বান সাহায্য প্ৰদান কৰিব।

আজিৰ এই বান সাহায্য কাৰ্যসূচীত বেংকটোৰ শিৱসাগৰ শাখাৰ মেনেজাৰ শংকৰ প্ৰধান, উজনি অসমৰ শাখাসমূহৰ মনিটৰিং বিষয়া ৰূপম ভাগৱতী, তপন বৰাকে ধৰি বহুকেইজন কৰ্মচাৰী উপস্থিত থাকে।

নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংকৰ এই কাৰ্যক সকলোৱে শলাগ হৈছে।

Recent News

হঠাৎ কিয় এই সিদ্ধান্ত? পদত্যাগ কৰিছে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে

হঠাৎ কিয় এই সিদ্ধান্ত? পদত্যাগ কৰিছে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে

লজ্জাহীন চৰকাৰ, হিটলাৰী শাসন :  সামাজিক মাধ্যমত উচ্ছেদ বিৰোধী ৰীল পোষ্ট কৰাৰ বাবে যুৱকক গ্ৰেপ্তাৰ

লজ্জাহীন চৰকাৰ, হিটলাৰী শাসন :  সামাজিক মাধ্যমত উচ্ছেদ বিৰোধী ৰীল পোষ্ট কৰাৰ বাবে যুৱকক গ্ৰেপ্তাৰ

অসমবাসীৰ আত্মসন্মাত আঘাত! ৰংঘৰৰ ছবি ব্যৱহাৰ কৰি সুৰাৰ বিজ্ঞাপন অ’য়েচিছ গ্ৰুপৰ

অসমবাসীৰ আত্মসন্মাত আঘাত! ৰংঘৰৰ ছবি ব্যৱহাৰ কৰি সুৰাৰ বিজ্ঞাপন অ’য়েচিছ গ্ৰুপৰ

মন্ত্ৰী জয়ন্ত মল্লৰ নেতৃত্বত শিলোসাঁকোত উচ্ছেদ : এতিয়াও অক্ষত হোটেল জিঞ্জাৰ, আজমলৰ মাটি, জয়ন্ত মল্লৰ ঘৰলৈ যোৱা পথ

মন্ত্ৰী জয়ন্ত মল্লৰ নেতৃত্বত শিলোসাঁকোত উচ্ছেদ : এতিয়াও অক্ষত হোটেল জিঞ্জাৰ, আজমলৰ মাটি, জয়ন্ত মল্লৰ ঘৰলৈ যোৱা পথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd