• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৮৮ বছৰ বয়সত ভৰি দিলে কথাশিল্পী ইমৰাণ শ্বাহে; ‘ইমৰাণ শ্বাহৰ জীৱন বৈভৱ’ তথ্যচিত্ৰ উন্মোচন

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
November 23, 2020 5:41 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা কথা শিল্পী ইমৰাণ শ্বাহৰ ৮৮ বছৰীয়া জন্মদিন।

আজিৰ এই বিশেষ দিনটোত সাহিত্যিক গৰাকীক শুভেচ্ছা জনাবলৈ তেখেতৰ ধাইআলিস্থিত বাসগৃহত ভিৰ কৰেহি বিভিন্ন দল-সংগঠনৰ লগতে অজস্ৰ গুণমুগ্ধই।

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ইমৰাণ শ্বাহৰ ওপজা দিনত শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত কথাশিল্পী ইমৰাণ শ্বাহৰ  বাসগৃহত তেওঁৰ জন্মদিন উদযাপন কৰা হয়।

উক্ত অনুষ্ঠানত ‘ইমৰাণ শ্বাহৰ জীৱন বৈভৱ’ শীৰ্ষক এখনি তথ্য চিত্ৰও উন্মোচন কৰা হয়।

বিখ্যাত সাহিত্যিক গৰাকীৰ বৰ্ণিল জীৱন পৰিক্ৰমা সামৰি প্ৰস্তুত কৰা হৈছে এই তথ্যচিত্ৰ খন। ড০ মায়াশ্ৰী গোস্বামী, লুইত চলিহা আৰু নৱনীত হাজৰিকাৰ প্ৰচেষ্টাত নিৰ্মাণ কৰা হৈছে এই তথ্যচিত্ৰ খনি।

উল্লেখ্য যে ১৯৩৩ চনত শিৱসাগৰৰ ধাইআলিত জন্মগ্ৰহণ কৰা কথাশিল্পী গৰাকীয়ে নৱম শ্ৰেণীত পঢ়ি থাকোতেই বনবাসী নামৰ এখন কাব্য সংকলন প্ৰকাশ কৰি সাহিত্য জগতত ভুমুকি মাৰিছিল।

তেতিয়াৰ পৰাই একেধাৰে বিভিন্ন গল্প, নিবন্ধ, কবিতা পুথি ৰচনা কৰি অসমীয়া সাহিত্যৰ ভড়াল চহকী কৰিছে।

ঈষান দত্ত, অনামিকা বৰুৱা, অমিতাভ বৰুৱা আদি ছদ্ম নামেৰে বহু গল্প কবিতা লিখিছিল কথাশিল্পী গৰাকীয়ে।

সংগীতৰ সিপাৰে, জোনাকৰ ছবি, তানচেন, ইনমিতা, ক্ৰান্তিৰেখা, সাগৰিকা, জবানবন্দী, বন্ধ দুৱাৰ, মোৰ ফুলনিৰ ফুল, দৃষ্টি-সৃষ্টি, কুকুহা, বনিদী বিহংগম কান্দে, পিয়া মুখচন্দা পাথিক, দোকমোকালি আদিৰ দৰে বহু গ্ৰন্থ আৰু কবিতা পুথি লিখিছে।

২০১২ চনৰ অসম সাহিত্য সভাত সভাপতিৰ পদ অলংকিত কৰাৰ লগতে বিশিষ্ট সাহিত্যিক গৰাকীক অসম চৰকাৰে অসম উপত্যকা সাহিত্য বঁটা আৰু আজানপীৰ বঁটাৰে সন্মানিত কৰিছে।

ওপজা দিনত ইমৰাণ শ্বাহে নতুন প্ৰজন্মৰ লেখক লেখিকা সকলক উদ্যেশি কয়, ‘পৃথিৱী সলনি হ’ল সমাজ সলনি হ’ল, এই পৰিৱৰ্তিত ব্যৱস্থাত তেওঁলোকে সাৱধানতাৰে অধ্যয়ণ কৰে আৰু সময়ল লগত খাপ খুৱাই আগুৱাই যাবলৈ চেষ্টা কৰিব লাগে’।

তেওঁ লগতে কয়, ‘বৰ্তমানৰ অসমৰ পৰিস্থিতি জাতীয় জীৱনৰ বাবে ভয়লগা হৈ পৰিছে। আমি যিখন অসম চিনি পাও সেইখন অসম নোহোৱা হৈ গ’ল। অসমখন অসম কৰি ৰাখিবলৈ নৱপ্ৰজন্মই পদক্ষেপ লওক’।

ওপজা দিনত কথাশিল্পী ইমৰাণ শ্বাহলৈ নৰ্থ-ইষ্ট নাওৰ তৰফৰ পৰাও জনোৱা হ’ল আন্তৰিক শুভেচ্ছা। সক্ৰিয় হৈ থাকক তেওঁৰ কলম। দীৰ্ঘায়ু হওঁক তেওঁৰ জীৱন।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd