• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

য়াকৰ নোম আৰু মৰাপাটৰ আঁহৰ মিশ্ৰনেৰে প্ৰস্তুত নতুন ঊণ

by
January 22, 2019 3:56 pm
arunachali-yak
566
VIEWS
Share on FacebookShare on Twitter

অৰুণাচলৰ ডিৰাঙত অৱস্থিত নেশ্যনেল ৰিছাৰ্চ চেণ্টাৰ অন য়াক (National Research Centre on Yaks চমুকৈ NRCY) নামৰ প্ৰতিষ্ঠানটোৱে য়াকৰ নোম আৰু মৰাপাটৰ আঁহৰ মিশ্ৰনেৰে এবিধ নতুন ঊণ প্ৰস্তুত কৰিছে। এই নতুন ঊণবিধ মেৰিনো ঊণৰ তুলনাত ৪০ শতাংশ অধিক উমাল বুলি জানিব পৰা গৈছে।

বিজ্ঞানীসকলৰ মতে, এই ঊণৰ পৰা প্ৰস্তুত সাজ-পোছাকে অতি বেগুণীয়া ৰশ্মি ৰোধ কৰিব, ওজনত লঘূ আৰু অনা নিয়া কৰাত সহজ আৰু দেহৰ পৰা নিৰ্গত ঘাম শোষণ কৰি ততালিকে বায়ুমণঅডলত এৰি দিব পাৰে। শীতৰ সময়ৰ পিন্ধাৰ বাবে এই ঊণৰ পৰা প্ৰস্তুত অতি সুবিধাজনক আৰু এই পোছাকে ৪০ ডিগ্ৰী চেলছিয়াছ তাপ মান সহ্য কৰিব পাৰে।

ইতিমধ্যে এই গৱেষণা প্ৰতিষ্ঠানটোৱে প্ৰায় ৩০গৰাকী য়াক পালকক উক্ত ঊণেৰে জেকেট, ছুৱেটাৰ, টুপী আদি প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে।

এই য়াক পালকসকলক কলিকতাৰ আইচিএআৰ-নেশ্যনেল ইন্সটিটিউট অব ৰিছাৰ্চ অন জুট এণ্ড এলাইড ফাইবাৰ টেকন’লজি নামৰ প্ৰতিষ্ঠানটোৱে প্ৰশিক্ষণ প্ৰদান কৰিছে।

নেশ্যনেল ৰিছাৰ্চ চেণ্টাৰ অন য়াকৰ বিজ্ঞানী তৰুণপাল সিঙে কৈছে যে এই সাজ-পোছাক ইতিমধ্যে কিছু সংখ্যক পৰ্যটকে  ক্ৰয় কৰিছে। উক্ত সাজ-পোছাকসমূহ প্ৰতিষ্ঠানটোত প্ৰদৰ্শনৰ বাবে থোৱা আছিল।

বিজ্ঞানীগৰাকীয়ে আৰু জনাইছে যে প্ৰতিষ্ঠানটোৱে বৰ্তমান ইয়াৰ বাণিজ্যিক উৎপাদনৰ বাবে পোছাক প্ৰস্তুত কৰা কোম্পানী অথবা দক্ষতা বিকাশ গোটৰ সন্ধানত আছে।

বিজ্ঞানী সিঙে আৰু কৈছে যে য়াক পালকসকলক কেনেদৰে য়াকৰ নোমৰ উদ্ভাৱনীমূলক ব্যৱহাৰ কৰিব লাগে তাক শিকোৱা হৈছে। ইয়াৰ পূৰ্বে য়াক পালকসকলে য়াকৰ নোম পেলনীয়া সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিছিল আৰু ৰছী প্ৰস্তুত কৰিছিল। উল্লেখ্য যে অৰুণাচলৰ টাৱাং আৰু পশ্চিম কামে জিলাত ১৩,০০০ৰো অধিক য়াক আছে।

Recent News

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd