• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৰুত্বপূৰ্ণ বৈঠকত নিয়মানুৱৰ্তিতা ভংগ কৰি নিলম্বিত হ’ল আৰক্ষী বিষয়া

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 24, 2018 10:41 am
Tarun Kr Chiring

নিলম্বিত আৰক্ষী বিষয়া তৰুণ কুমাৰ চিৰিঙৰ এখন ফাইল ফটো। উৎস : ফেচবুক।

1.3k
VIEWS
Share on FacebookShare on Twitter

এখন আৰক্ষী থানাৰ এজন দায়িত্বশীল বিষয়া হৈও গুৰুত্বপূৰ্ণ বৈঠকৰ সময়ত পদবীৰ লগত খাপ নোখোৱা ধৰণৰ আচৰণ কৰা বাবে চাকৰিৰ পৰা নিলম্বিত হ’ব লগীয়া হৈছে সোণাপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তৰুণ কুমাৰ চিৰিং। ২৩ ডিচেম্বৰত বিষয়াজনক এটা নিৰ্দেশযোগে নিলম্বন কৰে আইন শৃংখলাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালাই।

উল্লেখযোগ্য যে ২৩ ডিচেম্বৰত গুৱাহাটী মহানগৰীৰ আইন-শৃংখলাক লৈ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালাই গুৱাহাটীৰ আৰক্ষী ৰিজাৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰিছিল। অভিযোগমতে, এই বৈঠক চলি থকাৰ মাজতে সোণাপুৰৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তৰুণ কুমাৰ চিৰিঙে দায়িত্বহীনৰ দৰে আচৰণ কৰিছিল। তামোল-পাণ চোবাই চোবাই বৈঠকত বহি আছিল বিষয়াজন।

এই কথা চকুত পৰাৰ পিছতে বিষয়াগৰকীক তৎকালীনভাৱে চাকৰিৰ পৰা নিলম্বনৰ নিৰ্দেশ দিয়ে আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালাই। এই নিৰ্দেশনাৰ ভিত্তিত মহানগৰ আৰক্ষী আয়ুক্তই নিলম্বন কৰে ভাৰপ্ৰাপ্ত বিষয়া চিৰিঙক।

অভিযোগমতে, চিৰিঙে নিজেই এজন দায়িত্বশীল বিষয়া হৈও গুৰুত্বপূৰ্ণ বৈঠকখনৰ সময়ত নিয়মানুৱৰ্তিতা ভংগ কৰাৰ লগতে বিষয়বস্তুৰ প্ৰতি মনোযোগ দিয়া নাছিল।

Recent News

হায়দৰাবাদৰ চাৰমিনাৰৰ সমীপৰ অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; ৮ টা শিশুকে ধৰি ১৭ জনৰ মৃত্যু

হায়দৰাবাদৰ চাৰমিনাৰৰ সমীপৰ অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; ৮ টা শিশুকে ধৰি ১৭ জনৰ মৃত্যু

দেশৰ ভিতৰতে মৌন ৯ জন সাংসদৰ তালিকাত থকা প্ৰদান বৰুৱাই স্থান পালে সৰ্বদলীয় প্ৰতিনিধি দলত!

দেশৰ ভিতৰতে মৌন ৯ জন সাংসদৰ তালিকাত থকা প্ৰদান বৰুৱাই স্থান পালে সৰ্বদলীয় প্ৰতিনিধি দলত!

জে এন ইউ, জামিয়াৰ পদাংক অনুসৰণ কৰি তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজি চুক্তি বাতিল কৰিলে  আই আই টি বম্বে

জে এন ইউ, জামিয়াৰ পদাংক অনুসৰণ কৰি তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজি চুক্তি বাতিল কৰিলে  আই আই টি বম্বে

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd