• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তেল চুৰিৰ সময়তে বোকাজানত ৰখাই থোৱা অইল টেংকাৰত জুই

নংগী তেৰাং by নংগী তেৰাং
February 4, 2020 7:24 pm
Parking lot fire

তেল চুৰিৰ সময়তে জুই লগা টেংকাৰখন।

630
VIEWS
Share on FacebookShare on Twitter

তেল চুৰি চক্ৰই তেল চুৰি কৰাৰ সময়তে আজি বোকাজানৰ খটখটীত থকা সতীশ পাৰ্কিঙত ৰখাই থোৱা অইল টেংকাৰ দপদপকৈ জ্বলি উঠে।

দিনৰ প্ৰায় ১ বজাত সংঘটিত ঘটনাটোত টেংকাৰখন সম্পূৰ্ণৰূপে জুয়ে গ্ৰাস কৰে।

অগ্নি নিৰ্বাপক বাহিনী আহি সময়ত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় আৰু কাষতে থকা আন কেইবাখনো ট্ৰাকলৈ জুই বিয়পাৰ পৰা ৰক্ষা কৰে।

অভিযোগ মতে, উক্ত পাৰ্কিং স্থানটো তেল চুৰিৰ বাবে কুখ্যাত আৰু ইয়াত অইল টেংকাৰত জুই লগাৰ এইটো দ্বিতীয় ঘটনা।

এটা সূত্ৰৰ দাবী, খটখটী আৰক্ষী থানাৰ অধীনত এনেকুৱা কেইবাটাও পাৰ্কিং স্থান আছে, য’ত অইল টেংকাৰৰ পৰা নিময়ীয়াকৈ তেল চুৰিৰ ঘটনা ঘটে।

থানাখনৰ অন্তৰ্গত বিভিন্ন পাৰ্কিং স্থানত থকা অইল টেংকাৰত জুই লগাৰ ঘটনা ১২ মাহৰ ভিতৰত এইটো চতুৰ্থ।

আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি কাৰিকৰী কাৰণতহে অগ্নিকাণ্ডৰ ঘটনাটো ঘটে বুলি মন্তব্য কৰে।

স্থানীয় লোকৰ অভিযোগ, এই স্থানত টেংকাৰৰ পৰা তেল চুৰি হোৱাৰ উপৰি বিভিন্ন অসামাজিক কামকাজ চলি থাকে। দেহ ব্যৱসায়, ড্ৰাগছৰ বেহা আৰু চুৰি গাড়ী চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ সৰবৰাহ তাৰ ভিতৰত অন্যতম।

Recent News

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd