• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেওবাৰে উত্তৰ-পূৰ্ব ৰে’লৱে মজদূৰ ইউনিয়নৰ ‘ৰেল বচাওক-দেশ বচাওক’ শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
August 8, 2020 8:49 pm
image.jpgd
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অল ইণ্ডিয়া ৰে’লৱে মেনচ ফেডাৰেচন (এ আই আৰ এফ) ৰ আহ্বান মৰ্মে সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে মজদুৰ ইউনিয়নে দেওবাৰে ৰূপায়ণ কৰিব প্ৰতিবাদ দিৱস।

ভাৰত ত্যাগ আন্দোনৰৰ বিশেষ দিনটোত গ্ৰহণ কৰিব লগা এই প্ৰতিবাদ দিৱসৰ সন্দৰ্ভত এনএফ ৰে’লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক তথা এ আই আৰ এফৰ সভাপতি ৰাখাল দাসগুপ্তাই এক বিজ্ঞপ্তিত কয়-কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদত ৯ আগষ্ট অৰ্থাৎ দেওবাৰে ৰে’ল কৰ্মীসকলে দেশজুৰি পালন কৰিব “অল ইণ্ডিয়া প্ৰতিবাদ দিৱস”।

প্ৰতিবাদৰ অংশ হিচাপে কৰ্মচাৰীসকলে নিজ নিজ কৰ্মস্থলীত আৰু ৰে’লৱে ষ্টেচনসমূহত মুখত মাস্ক পিন্ধি শাৰীৰিক দূৰত্ব বজাই ৰাখি “ৰে’ল বচাওক-দেশ বচাওক” শ্লোগান দি হাতে হাতে প্লেকাৰ্ডলৈ প্ৰদশৰ্ন কৰিব।

ক’ৰনা ভাইৰাছৰ বাবে চলি থকা ল’কডাউনৰ সুযোগ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে যিসমূহ শ্ৰমিক বিৰোধী নীতি গ্ৰহণ কৰি দেশৰ প্রতি অন্যায় সাধনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে -তাৰ বিৰুদ্ধে ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰো প্ৰদান কৰিছে সৰ্বভাৰতীয় নেতাগৰাকীয়ে।

ইফালে ৰে’লৱে খণ্ডক ব্যক্তিগতকৰণৰ বিৰোধিতা কৰি দাসগুপ্তাই কয়- “দেশত বৰ্তমান ১৩,৪৫২খন যাত্ৰীবাহী, ৯,১৪১ খন মালবাহী ৰে’ল চলাচল কৰি আছে। আৰু এই ৰে’লসমূহত সেৱা আগবঢ়াই আছে লাখ-লাখ ৰে’ল শ্ৰমিকে। দৈনিক প্ৰায় ২.৩০ কোটি যাত্ৰী কঢ়িওৱা ভাৰতীয় ৰে’ল পৰিবহণ সেৱা এচিয়াৰ ভিতৰতে বৃহত্তম চৰকাৰী খণ্ড যিটো দক্ষতাৰে পৰিচালনাৰ কৰি আহিছে ১.৪০ নিযুত বিভিন্ন শ্ৰেণীৰ কৰ্মচাৰীয়ে।”

উল্লেখ্য যে, ২০১৮-১৯ বিত্তীয় বৰ্ষত ৰে’লৱে ৬০১৪ কোটি টকা আয় কৰিবলৈ সক্ষম হৈছে। ৰে’ল যাতায়তৰ সেৱাত দেশৰ কোটি কোটি দুখীয়া শ্ৰেণী লোকৰ বাবে আটাইতকৈ কম খৰচী সেৱা। য’ত নেকি মাত্ৰ ১০ টকাতে প্ৰায় ৫০কিলোমিটাৰ দূৰত্বৰ যাত্ৰা অতিক্ৰম কৰিব পাৰে একোজন যাত্ৰীয়ে।

ইমানৰ পাছতো ৰে’লৱে খণ্ডক ব্যক্তিগত কোম্পানীৰ হাতত গটাই দিব ওলোৱা কাৰ্য অন্যায় আৰু জনবিৰোধী নীতি অভিহিত কৰিছে নেতাগৰাকীয়ে।

এই নীতিক প্ৰত্যাহাৰৰ দাবী জনাই গুপ্তাই লগতে কয় যে অন্যথা উত্তৰ পূৰ্বাঞ্চল ৰাজ্যসমূহে অধিক ক্ষতি সন্মুখীন হ’ব।

ৰে’লখণ্ডক ব্যক্তিগতকৰণ কৰাৰ ফলত যাত্ৰীৰ আৰু মালবস্তু ভাড়া অধিক বৃদ্ধি পাব। জনসাধাৰণৰ আৰ্থিক দিশটোতো প্ৰত্যক্ষ প্ৰভাৱ পেলাব।

“বয়বস্তুৰ দাম বাঢ়িব, চৰকাৰী নিযুক্তি সম্পূৰ্ণ বন্ধ হৈ যাব আৰু ঠিকাভিত্তিক নিযুক্তিৰে ব্যক্তিগত পুঁজিপতিয়ে শ্ৰমিকক শোষণ চলাব” দাস গুপ্তাই লগতে কয়।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তাচপাতৰ দৰে খহিছে বিজেপিৰ দুৰ্গ ; প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ পিছত বিজেপিৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়ক মানসিং ৰংপিৰ

তাচপাতৰ দৰে খহিছে বিজেপিৰ দুৰ্গ ; প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ পিছত বিজেপিৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়ক মানসিং ৰংপিৰ

September 4, 2025 9:30 pm
ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

September 4, 2025 9:02 pm
নেপালত নিষিদ্ধ হ’ল ফেচবু্ক, ইনষ্টাগ্ৰাম, হোৱাটছ এপ, ইউটিউবকে ধৰি ২৬ টা  ছ’চিয়েল মিডিয়া প্লেটফৰ্ম

নেপালত নিষিদ্ধ হ’ল ফেচবু্ক, ইনষ্টাগ্ৰাম, হোৱাটছ এপ, ইউটিউবকে ধৰি ২৬ টা  ছ’চিয়েল মিডিয়া প্লেটফৰ্ম

September 4, 2025 8:54 pm
বিদেশীৰ বোজা মানি লোৱা নহ’ব : ৰাজীৱ ভৱনত সংবাদমেলত হুংকাৰ ৰিপুণ বৰা-দেৱব্ৰত শইকীয়াৰ

বিদেশীৰ বোজা মানি লোৱা নহ’ব : ৰাজীৱ ভৱনত সংবাদমেলত হুংকাৰ ৰিপুণ বৰা-দেৱব্ৰত শইকীয়াৰ

September 4, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তাচপাতৰ দৰে খহিছে বিজেপিৰ দুৰ্গ ; প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ পিছত বিজেপিৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়ক মানসিং ৰংপিৰ

তাচপাতৰ দৰে খহিছে বিজেপিৰ দুৰ্গ ; প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ পিছত বিজেপিৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়ক মানসিং ৰংপিৰ

September 4, 2025 9:30 pm
ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

ক্ৰুষ্ণাৰ সৈতে বিবাদৰ বাবে কপিল শৰ্মাৰ শ্ব’ এৰিছে কিকুৱে? হাঁহি-আনন্দৰ মাজত এনেকুৱা কি ঘটিল?

September 4, 2025 9:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd