• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চানমাৰি আৰক্ষীৰ জালত ৰেইলৱেত কৰ্মৰত মালিগাঁৱৰ প্ৰৱঞ্চক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 23, 2018 10:39 pm
Cheater

প্ৰৱঞ্চক পাৰ্থ সেন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মালিগাঁৱৰ উত্তৰ-পূব ৰেইলৱেত কৰ্মৰত এজন প্ৰৱঞ্চকক আজি আদালতে জেইললৈ প্ৰেৰণ কৰে। চানমাৰি আৰক্ষীয়ে এজন ভুক্তভোগীৰ গোচৰৰ ভিত্তিত পাৰ্থ সেন নামৰ প্ৰৱঞ্চকজনক কালি গ্ৰেপ্তাৰ কৰিছিল।

মন কৰিব লগীয়া যে সেনক ভুক্তভোগী অভিজিৎ সৰকাৰ নামৰ নামৰ মানুহজনে কালি নিশা নিজেই কৌশলেৰে ধৰি আৰক্ষীক গতাই দিছিল।

তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪০৬/৪২০ ধাৰাত ১০৮৭/১৮ নম্বৰত এক গোচৰ ৰুজু কৰে।

মন কৰিবলগীয়া কথা যে ভুক্তভোগী চৰকাৰে নিজে ধৃত প্ৰবঞ্চকটোক চানমাৰি আৰক্ষীৰ হাতত কালি নিশা গতাই দিয়ে।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি প্ৰৱঞ্চক সেনে সৰকাৰৰ পৰা যোৱা ১৮ নৱেম্বৰৰ দিনা ২৫ হাজাৰ টকা ধাৰলৈ লৈছিল। এই ধনখিনি ২১ নৱেম্বৰৰ দিনা ঘূৰাই দিয়াৰ কথা আছিল। কিন্তু সময় উকলি যোৱাৰ পাছতো উক্ত ধনৰাশি ঘূৰাই নিদিয়াত সৰকাৰে পাৰ্থ সেনক কৌশলেৰে মাতি তাৰ পাছত ধৰি লৈ চানমাৰি আৰক্ষীক গতাই দিয়েহি।

উল্লেখযোগ্য যে পূৰ্বেও পাৰ্থই বেলতলাৰ সুৰেশ কুমাৰ নামৰ লোক এজনৰ পৰা মাকৰ অসুখৰ অজুহাত দেখুৱাই ৪ লাখ টকা নিছিল বুলি চানমাৰি আৰক্ষীয়ে আমাক জনায়। সুৰেশ কুমাৰৰ পৰা যোৱা বছৰ জুলাই মাহতে উক্ত ধনখিনি ধাৰলৈ নিছিল যদিও আজি পৰ্য্যন্ত ঘূৰাই দিয়া নাই।

ইয়াৰোপৰি, চলিত বৰ্ষৰে ২৪ অক্টোবৰৰ দিনা পাৰ্থই ৰেইল বিভাগত চাকৰি দিয়াৰ প্ৰলোভনেৰে বকোৰ প্ৰীতিপুৰ গাঁৱৰ দহজন লোকৰ পৰা ২০ হাজাৰ টকাকৈ উৎকোচ ল’বলৈ আহি ধৰা পৰিছিল তথা ৰাইজে তেওঁক উত্তম-মধ্যম শোধাই বকো আৰক্ষীক চমজাই দিছিল।

দীৰ্ঘদিন ধৰি এনে ধৰণে প্ৰৱঞ্চনা কৰি বিভিন্ন জনৰ পৰা ধন আত্মসাৎ কৰি অহা পাৰ্থক কালি চানমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি আদালতত হাজিৰ কৰায়। আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

September 16, 2025 7:01 am
অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

September 16, 2025 7:01 am
অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd