• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’নাত আক্ৰান্ত হৈ কোকৰাঝাৰত এজন লোকৰ মৃত্যু

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
August 31, 2020 9:19 pm
Coronavirus_Death_PT

প্ৰতিনিধিত্বমূলক চিত্ৰ

258
VIEWS
Share on FacebookShare on Twitter

ক’ভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা কোকৰাঝাৰ জিলাৰ এজন ব্যক্তিৰ আজি মৃত্যু হয়। জিলাখনৰ উপায়ুক্ত ভাস্কৰ ফুকনে এই কথা জনায়।

কোকৰাঝাৰৰ আৰ এন ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত মৃত্যু হোৱা লোকজন শান্তিনগৰৰ ২ নং ৱাৰ্ডৰ নিৱাসী নিখিল সাহা বুলি জানিব পৰা গৈছে।

উপায়ুক্তগৰাকীয়ে লগতে জানিবলৈ দি কয় যে কোকৰাঝাৰৰ আজিৰ দিনটোত সৰ্বমুঠ ৭০ গৰাকী লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে।

আজি নতুনকৈ আক্ৰান্ত হোৱা ৭০ গৰাকী ৰোগীক চিকিৎসাৰ বাবে জিলাখনৰ বিভিন্ন স্থানত থকা ক’ভিড চেণ্টাৰলৈ নিয়া হৈছে।

ইয়াৰে অধিকাংশ লোককে বেছৰগাঁও নাৰ্চিং ক’ভিড-১৯ কেয়াৰ চেণ্টাৰ, আৰ এন বি আইছ’লেশ্যন চেণ্টাৰ আৰু চেৰফাংগুৰি হাস্পতালত ভৰ্তি কৰোৱা হয়।

উপায়ুক্ত ফুকনে জনোৱা মতে, জিলাখনত এই পৰ্যন্ত ১৬২২ গৰাকী লোক মহামাৰী ক’ৰ’নাত আক্ৰান্ত হৈছে।

ইয়াৰ উপৰি জিলাখনত ৮ গৰাকী লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা লোকৰ ভিতৰত দুজন চিকিৎসক, এজন অভিযন্তা, এজন আৰক্ষী কৰ্মীও আছে।

Recent News

ভাৰতৰ সৈতে সিন্ধু জল চুক্তিৰ আলোচনা পুনৰ আৰম্ভ কৰিব বিচাৰে পাকিস্তানেঃ লিখিছে পত্ৰ

ভাৰতৰ সৈতে সিন্ধু জল চুক্তিৰ আলোচনা পুনৰ আৰম্ভ কৰিব বিচাৰে পাকিস্তানেঃ লিখিছে পত্ৰ

উচ্চতম ন্যায়ালয়ত ১৪টা প্ৰশ্ন ৰাষ্ট্ৰপতিৰ! শপত গ্ৰহণৰ পিছতে কঠিন পৰীক্ষাৰ সন্মুখীন মুখ্য ন্যায়াধীশ বি আৰ গাভাই

উচ্চতম ন্যায়ালয়ত ১৪টা প্ৰশ্ন ৰাষ্ট্ৰপতিৰ! শপত গ্ৰহণৰ পিছতে কঠিন পৰীক্ষাৰ সন্মুখীন মুখ্য ন্যায়াধীশ বি আৰ গাভাই

১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত বেলট পেপাৰ টেম্পাৰিং কৰাৰ কথা স্বীকাৰ প্ৰবীণ চিপিআই(এম) নেতা জি সুধাকৰণৰ

১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত বেলট পেপাৰ টেম্পাৰিং কৰাৰ কথা স্বীকাৰ প্ৰবীণ চিপিআই(এম) নেতা জি সুধাকৰণৰ

স্বাধীন বেলুচিস্তানৰ ঘোষণা বিদ্ৰোহী নেতাৰ! ভাৰতৰ প্ৰতি বন্ধুত্বৰ বাৰ্তা

স্বাধীন বেলুচিস্তানৰ ঘোষণা বিদ্ৰোহী নেতাৰ! ভাৰতৰ প্ৰতি বন্ধুত্বৰ বাৰ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd