• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফিলিপাইনছত বন্দুকধাৰীৰ গুলীত নিহত গভৰ্ণৰকে ধৰি ৮ জন; এজনক হত্যা, ৩জনক আটক আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2023 10:25 am
আততায়ীৰ গুলীত নিহত ফিলিপিাইনছৰ  গভৰ্ণৰ ৰয়েল ডেগামো। ফাইল ফটো: সংগৃহিত।

আততায়ীৰ গুলীত নিহত ফিলিপিাইনছৰ গভৰ্ণৰ ৰয়েল ডেগামো। ফাইল ফটো: সংগৃহিত।

124
VIEWS
Share on FacebookShare on Twitter

বন্দুকধাৰীয়ে ফিলিপাইনছত আঞ্চলিক গভৰ্ণৰ ৰয়েল ডেগামোকে ধৰি আঠজন লোকক গুলীয়াই নিহত কৰিছে। গুলীচালনাত আন কেইবাজনো লোক আহত হয়। তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাটো শনিবাৰে নিগ্ৰোছ অৰিয়েণ্টেল প্ৰভিন্সৰ গভৰ্ণৰ ৰয়েল ডেগামোৰ বাসগৃহত সংঘটিত হৈছিল।

সামৰিক বাহিনীৰ পোছাক পিন্ধি আততায়ী পাম্পলোনা চহৰৰ গভৰ্ণৰ ৰয়েল ডেগামোৰ ঘৰত প্ৰৱেশ কৰিছিল। তেওঁলোকে প্ৰৱেশ কৰিয়েই,  গুলীচালনা কৰিছিল। গভৰ্ণৰ ৰয়েলকে ধৰি আঠজন লোকক গুলীয়াই হত্যা কৰা বুলি জনাইছে তেওঁৰ পত্নীয়ে কয়।

লগতে পঢ়ক: ভুৱা বাতৰিৰ বলি হৈছে প্ৰকৃত সত্য; ন্যায়াধীশসকলকো কৰা হৈছে ট্ৰ’ল: মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়

গভৰ্ণৰ ডাগেমোক তেওঁৰ বিৰোধীসকলে হত্যা কৰা বুলি ধাৰণা কৰা হৈছে। যোৱা মাহত ফিলিপাইনছত স্থানীয় নিৰ্বাচন অনুষ্ঠিত হৈছিল। সেই নিৰ্বাচনত ডাগেমোৰ প্ৰতিদ্বন্দী প্ৰাৰ্থীয়ে প্ৰথমে অৰিয়েণ্টেল চহৰ নিগ্ৰোছৰ গভৰ্ণৰ হিচাপে জয়ী হৈছিল। কিন্তু ভোটটো পিছত পুনৰ গণনা কৰা হৈছিল আৰু আদালতে ৰায় দিছিল যে ডাগেমো নিৰ্বাচিত হৈছে। ডাগেমোৱে আদালতৰ নিৰ্দেশত গভৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। কিন্তু এমাহ নৌহওতেই তেওঁক গুলীয়াই হত্যা কৰা হয়।

ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কোছে ঘটনাটোক গৰিহণা দি কয় যে ঘটনাটোৰ সৈতে জড়িত সকলক শীঘ্ৰে বিচাৰৰ সন্মুখলৈ অনা হ’ব। ডাগেমো ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কোছৰ দলৰ সদস্য আছিল।

লগতে পঢ়ক: অবৈধভাৱে বসবাসৰ অভিযোগ! মহাৰাষ্ট্ৰত ১৮ জন বাংলাদেশীক গ্ৰেপ্তাৰ

ইপিনে, দেওবাৰে বিষয়াসকলে জনায় যে আৰক্ষীয়ে ফিলিপাইনছৰ এজন কেন্দ্ৰীয় প্ৰাদেশিক গভৰ্ণৰ আৰু ৰাজনৈতিক নেতাৰ পৰা সহায় বিচৰা দৰিদ্ৰ গাওঁবাসীসহ আন আঠজনক হত্যা কৰা ঘটনাত এজন সন্দেহজনক আততায়ীক গুলীয়াই হত্যা কৰিছে আৰু আন তিনিজনক গ্ৰেপ্তাৰ কৰিছে। 

Recent News

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd