• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফিলিপাইনছত বন্দুকধাৰীৰ গুলীত নিহত গভৰ্ণৰকে ধৰি ৮ জন; এজনক হত্যা, ৩জনক আটক আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2023 10:25 am
আততায়ীৰ গুলীত নিহত ফিলিপিাইনছৰ  গভৰ্ণৰ ৰয়েল ডেগামো। ফাইল ফটো: সংগৃহিত।

আততায়ীৰ গুলীত নিহত ফিলিপিাইনছৰ গভৰ্ণৰ ৰয়েল ডেগামো। ফাইল ফটো: সংগৃহিত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বন্দুকধাৰীয়ে ফিলিপাইনছত আঞ্চলিক গভৰ্ণৰ ৰয়েল ডেগামোকে ধৰি আঠজন লোকক গুলীয়াই নিহত কৰিছে। গুলীচালনাত আন কেইবাজনো লোক আহত হয়। তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাটো শনিবাৰে নিগ্ৰোছ অৰিয়েণ্টেল প্ৰভিন্সৰ গভৰ্ণৰ ৰয়েল ডেগামোৰ বাসগৃহত সংঘটিত হৈছিল।

সামৰিক বাহিনীৰ পোছাক পিন্ধি আততায়ী পাম্পলোনা চহৰৰ গভৰ্ণৰ ৰয়েল ডেগামোৰ ঘৰত প্ৰৱেশ কৰিছিল। তেওঁলোকে প্ৰৱেশ কৰিয়েই,  গুলীচালনা কৰিছিল। গভৰ্ণৰ ৰয়েলকে ধৰি আঠজন লোকক গুলীয়াই হত্যা কৰা বুলি জনাইছে তেওঁৰ পত্নীয়ে কয়।

লগতে পঢ়ক: ভুৱা বাতৰিৰ বলি হৈছে প্ৰকৃত সত্য; ন্যায়াধীশসকলকো কৰা হৈছে ট্ৰ’ল: মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়

Apply Now

গভৰ্ণৰ ডাগেমোক তেওঁৰ বিৰোধীসকলে হত্যা কৰা বুলি ধাৰণা কৰা হৈছে। যোৱা মাহত ফিলিপাইনছত স্থানীয় নিৰ্বাচন অনুষ্ঠিত হৈছিল। সেই নিৰ্বাচনত ডাগেমোৰ প্ৰতিদ্বন্দী প্ৰাৰ্থীয়ে প্ৰথমে অৰিয়েণ্টেল চহৰ নিগ্ৰোছৰ গভৰ্ণৰ হিচাপে জয়ী হৈছিল। কিন্তু ভোটটো পিছত পুনৰ গণনা কৰা হৈছিল আৰু আদালতে ৰায় দিছিল যে ডাগেমো নিৰ্বাচিত হৈছে। ডাগেমোৱে আদালতৰ নিৰ্দেশত গভৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। কিন্তু এমাহ নৌহওতেই তেওঁক গুলীয়াই হত্যা কৰা হয়।

ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কোছে ঘটনাটোক গৰিহণা দি কয় যে ঘটনাটোৰ সৈতে জড়িত সকলক শীঘ্ৰে বিচাৰৰ সন্মুখলৈ অনা হ’ব। ডাগেমো ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কোছৰ দলৰ সদস্য আছিল।

লগতে পঢ়ক: অবৈধভাৱে বসবাসৰ অভিযোগ! মহাৰাষ্ট্ৰত ১৮ জন বাংলাদেশীক গ্ৰেপ্তাৰ

ইপিনে, দেওবাৰে বিষয়াসকলে জনায় যে আৰক্ষীয়ে ফিলিপাইনছৰ এজন কেন্দ্ৰীয় প্ৰাদেশিক গভৰ্ণৰ আৰু ৰাজনৈতিক নেতাৰ পৰা সহায় বিচৰা দৰিদ্ৰ গাওঁবাসীসহ আন আঠজনক হত্যা কৰা ঘটনাত এজন সন্দেহজনক আততায়ীক গুলীয়াই হত্যা কৰিছে আৰু আন তিনিজনক গ্ৰেপ্তাৰ কৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd