• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উজনি অসমত সেনা বাহিনীৰ অভিযানত আলফা স্বাধীনৰ দুৰ্ধৰ্ষ সদস্য আটক

এন ই নাও নিউজ by এন ই নাও নিউজ
June 13, 2020 1:10 pm
আটকাধীন আলফা(স্বা) সদস্য গৰাকী

আটকাধীন আলফা(স্বা) সদস্য গৰাকী

15k
VIEWS
Share on FacebookShare on Twitter

বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত অভিযান চলাই ভাৰতীয় সেনা বাহিনী আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানত ডিব্ৰুগড় জিলাৰ ঔগুৰি গাঁৱত এগৰাকী দুৰ্ধৰ্ষ আলফা স্বাধীনৰ সদস্য আটক হয়।

আটকা হোৱা আলফা স্বাধীনৰ সদস্য গৰাকী ডিব্ৰুগড় জিলাৰ টিংখঙৰ ২ নং নাচনী গাঁৱৰ বাবুল গগৈ বুলি চিনাক্ত কৰা হৈছে।

অভিযান কালত আটকাধীন আলফা(স্বা)ৰ সদস্য গৰাকীৰ পৰা এটা পইণ্ট ২২ এম এম পিষ্টল, এটা মেগজিন, আঠটা ক’ৰডেক্স আৰু চৈধ্যটা ডিটেনেটৰ সেনাবাহিনীৰ দলটোৱে জব্দ কৰে।

বাবুল গগৈ উজনি অসমত আলফা স্বাধীনৰ নতুন সদস্য ভৰ্তি আৰু ধন সংগ্ৰহৰ কামত জড়িত হৈ আছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে।

আটকাধীন আলফা স্বাধীনৰ সদস্য গৰাকীক উদ্ধাৰ হোৱা অস্ত্ৰ-সস্ত্ৰৰ সৈতে ডিব্ৰুগড় আৰক্ষীৰ হাতত গটাই দিয়া হৈছে।

আৰক্ষীয়ে অধিক তথ্যৰ বাবে বৰ্তমান আলফা স্বাধীনৰ সদস্য গৰাকীক জেৰা অব্যাহত ৰাখিছে।

Recent News

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

পুৰুষতকৈ গড় আয়ুস বেছি মহিলাৰ : কিয় জানেনে?

পুৰুষতকৈ গড় আয়ুস বেছি মহিলাৰ : কিয় জানেনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd