• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ত্ৰিপুৰাক মুকলিত মলত্যাগ মুক্ত কৰাৰ বাবে অ’ এন জি চিৰ ২০ কোটি টকাৰ অনুদান

পিনাকী দাস by পিনাকী দাস
January 24, 2019 8:29 am
Tripura-ONGC-750x375
132
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাক মুকলিত মলত্যাগ মুক্ত (অ’ ডি এফ) ৰাজ্য হিচাপে গঢ়ি তোলাত সহায় কৰিবলৈ আগবাঢ়ি আহিছে তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ’ এন জি চি।

সেই উদ্দেশ্য বুধবাৰে অ’ এন জি চিৰ ত্ৰিপুৰাৰ এছেট মেনেজাৰ গৌতম কুমাৰ সিংহ ৰয়ে মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেবক তেওঁৰ চৰকাৰী বাসগৃহত সাক্ষাৎ কৰি জীৱনধাৰা ৰাজ্যিক জল আৰু অনাময় অভিযান (জে এছ ডব্লিউ এছ এম)ৰ অধীনত তেওঁক ২০ কোটি টকাৰ এখন চে’ক প্ৰদান কৰে।

চে’ক প্ৰদান কৰি ৰয়ে কয় যে উক্ত ২০ কোটি টকা ৰাজ্যখনক মুকলিত মলত্যাগ মুক্ত কৰাৰ বাবে লোৱা পৰিকল্পনালৈ আগবঢ়োৱা ২৫ কোটি টকাৰ প্ৰথমটো কিষ্টি। এই ধনৰাশিৰে ৰাজ্যখনৰ ২০৮৩৩ পৰিয়ালে অনাময় ব্যৱস্থা লাভ কৰিব পাৰিব।

আনহাতে, অনুদান গ্ৰহণ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ জনসাধাৰণৰ বাবে অ’ এন জি চিয়ে গ্ৰহণ কৰা পদক্ষেপক প্ৰসংশা কৰি কয় যে প্ৰতিষ্ঠানটোৱে সদায়ে ৰাজ্যখনৰ বিকাশত অৰিহনা আগবঢ়াই আহিছে।

Recent News

ফ্লিপকাৰ্ট ফ্ৰিডম চেল: বছৰৰ আটাইতকৈ কম মূল্যত পাব টেবলেট

ফ্লিপকাৰ্ট ফ্ৰিডম চেল: বছৰৰ আটাইতকৈ কম মূল্যত পাব টেবলেট

২৪ টা ঘৰ, ৩০ কোটিৰ সম্পত্তি ১৫ হাজাৰ টকা দৰমহা পোৱা কেৰাণীৰ : অভিযান চলাবলৈ গৈ স্তম্ভিত চৰকাৰী বিষয়া

২৪ টা ঘৰ, ৩০ কোটিৰ সম্পত্তি ১৫ হাজাৰ টকা দৰমহা পোৱা কেৰাণীৰ : অভিযান চলাবলৈ গৈ স্তম্ভিত চৰকাৰী বিষয়া

আমি কি এক সংকটত পতিত হৈছোঁ?

আমি কি এক সংকটত পতিত হৈছোঁ?

১০২ দিন ধৰি ডিজিটেল এৰেষ্ট : গুজৰাটৰ চিকিৎসকৰ পৰা ১৯ কোটি লুটি নিলে চাইবাৰ অপৰাধীয়ে

১০২ দিন ধৰি ডিজিটেল এৰেষ্ট : গুজৰাটৰ চিকিৎসকৰ পৰা ১৯ কোটি লুটি নিলে চাইবাৰ অপৰাধীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd