• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোকৰাঝাৰ আৰু চিৰাঙত চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান; জব্দ মূল্যবান গছৰ কুন্দাসহ বাহন

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
November 24, 2019 9:07 am
2k
VIEWS
Share on FacebookShare on Twitter

চোৰাং কাঠৰ অবৈধ সৰবৰাহকাৰীৰ বিৰুদ্ধে কোকৰাঝাৰত অব্যাহত আছে বন বিভাগৰ অভিযান। বেচৰকাৰী সংস্থা এণ্টি কৰাপশ্যন ইনভেষ্টিগেশ্যন ফ্ৰণ্ট অৰ্গেনাইজেশ্য, বন বিভাগ, এছ এছ বি আৰু অসম আৰক্ষীয়ে শনিবাৰে কোকৰাঝাৰ আৰু চিৰাঙৰ বিভিন্ন অঞ্চলত যৌথ অভিযান চলায়।

অভিযানকালত দলটোৱে কোকৰাঝাৰ কুসুগাঁও আৰু ৰেপু চিৰাং বনাঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং শাল কাঠৰ কুন্দাসহ চোৰাং কাঠ সৰবৰাহকাৰীৰ বাহন জব্দ কৰিবলৈ সক্ষম হয়।

কোকৰাঝাৰ বন বিভাগে জনোৱা মতে কোকৰাঝাৰ আৰু চিৰাং জিলাৰ উল্টাপানী আৰু কুসুগাঁও বনাঞ্চলৰ বিভিন্ন ঠাই ক্ৰমে জাহাৰবাৰী, মৈণাগুৰি, দুমবাজাৰ, চৰাইবিল, চেলেকাগুৰি, নিজলাগুৰি, ৰুণীখাটাকে ধৰি আদি অঞ্চলত বনধ্বংস কাৰ্যকলাপ চলি থকা বুলি জানিব পাৰি তেওঁলোকে অভিযান চলাইছিল।

এই অভিযানত বৃহৎ পৰিমাণৰ মূল্যবান গছৰ কুন্দাসহ চোৰাং কাঠ সৰবৰাহকাৰীৰ এখন টাটা মোবাইল, ট্ৰাক, ট্ৰেক্টৰ আদিকে ধৰি কেইবাখনো বাহন জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে কুসুগাঁও, উল্টাপানী আৰু ৰেপু চিৰাং বনাঞ্চলত চোৰাং কাঠ সৰবৰাহকাৰীৰ অবাধ বন ধ্বংস কাৰ্যকলাপ বৃদ্ধি পাই আহিছে।

Recent News

ৰোড শ্ব’ৰ সময়ত খুন্দিয়ালে বাইকে; কামিহাড়ত গুৰুতৰ আঘাত, চিকিৎসালয়ত ভৰ্তি প্ৰশান্ত কিশোৰ

ৰোড শ্ব’ৰ সময়ত খুন্দিয়ালে বাইকে; কামিহাড়ত গুৰুতৰ আঘাত, চিকিৎসালয়ত ভৰ্তি প্ৰশান্ত কিশোৰ

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd