• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰত ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণ, গৰ্ভধাৰণৰ পিছত ক্ষোভৰ সৃষ্টি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 24, 2023 5:36 pm
883
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ থৌবাল জিলাৰ মইজিং গাঁৱত চুবুৰীয়াই ধৰ্ষণ কৰাৰ অভিযোগত এগৰাকী ১৪ বছৰীয়া কিশোৰী গৰ্ভৱতী হোৱাৰ খবৰ পোহৰলৈ আহিছে।

এই ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে থৌবাল জিলা আদালতৰ বাহিৰত আৰু মইজিং গাঁৱত প্ৰতিবাদৰ সৃষ্টি হৈছে।

মণিপুৰ আৰক্ষীয়ে জনোৱা মতে, প্ৰসাধন সামগ্ৰীৰ বিক্ৰেতা এম ডি চুলেইমান (৩৫) নামৰ অভিযুক্ত ব্যক্তিজনক যোৱা ১৬ অক্টোবৰত মইজিং গাঁৱৰ নিজা বাসগৃহৰ পৰা জিম্মাত লোৱা হৈছিল।

ইয়াৰ পিছত সোমবাৰে তেওঁক যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইন (পিঅ’চিএছঅ’) আইনৰ অধীনত গোচৰ চোৱাচিতা কৰা বিশেষ আদালতত হাজিৰ কৰা হয় আৰু এতিয়া তেওঁ ন্যায়িক জিম্মাত আছে।

ভুক্তভোগীৰ আত্মীয় বাবুল আহমেদে জনোৱা মতে, অভিযুক্তই কিশোৰীগৰাকীক প্ৰসাধন সামগ্ৰীৰে প্ৰলোভিত কৰি ধৰ্ষণ কৰিছে।

উল্লেখ্য যে, ধৰ্ষণৰ তিনিমাহৰ পিছতহে এই জঘন্য কাণ্ড পোহৰলৈ আহে যেতিয়া ছোৱালীজনীয়ে গৰ্ভধাৰণৰ লক্ষণ প্ৰদৰ্শন কৰিবলৈ ধৰিলে। পৰিয়ালৰ লোকে সম্পূৰ্ণ সোধা-পোছা কৰাৰ পিছত ছোৱালীজনীয়ে ধৰ্ষণৰ কথা প্ৰকাশ কৰে।

এই ঘটনাই অঞ্চলটোত তীব্ৰ ক্ষোভ আৰু মতানৈক্যৰ জোৱাৰৰ সৃষ্টি কৰিছে। থৌবাল জিলা আদালতৰ বাহিৰত বিক্ষোভকাৰীয়ে সমবেত হৈ ভুক্তভোগীৰ ন্যায়ৰ দাবী জনাইছে।

Recent News

নিদ্ৰাহীনতা নিৰাময়ৰ বাবে ‘মিল্ক ইঞ্জেকশ্যন’ থেৰাপীয়েই হ’ল কাল! মৃত্যুক সাৱটিলে এইগৰাকী মডেলে

নিদ্ৰাহীনতা নিৰাময়ৰ বাবে ‘মিল্ক ইঞ্জেকশ্যন’ থেৰাপীয়েই হ’ল কাল! মৃত্যুক সাৱটিলে এইগৰাকী মডেলে

আপোনাৰ প্ৰতি প্ৰেমাস্পদৰ প্ৰেম কমিছে নেকি? কেনেকৈ জানিব এই বিষয়ে…

আপোনাৰ প্ৰতি প্ৰেমাস্পদৰ প্ৰেম কমিছে নেকি? কেনেকৈ জানিব এই বিষয়ে…

পুৰি ৰথ যাত্ৰাত অনিয়ন্ত্ৰিত ভিৰ : পদপিষ্ট হৈ আহত কমেও ৫৮১ গৰাকী তীৰ্থযাত্ৰী

পুৰি ৰথ যাত্ৰাত অনিয়ন্ত্ৰিত ভিৰ : পদপিষ্ট হৈ আহত কমেও ৫৮১ গৰাকী তীৰ্থযাত্ৰী

ব্ৰাহ্মণ নোহোৱাটোৱেই হ’ল অপৰাধ! নিম্ন বৰ্ণৰ ধৰ্ম প্ৰচাৰকক চুলি ক্ষুৰাই প্ৰহাৰ উচ্চ বৰ্ণৰ

ব্ৰাহ্মণ নোহোৱাটোৱেই হ’ল অপৰাধ! নিম্ন বৰ্ণৰ ধৰ্ম প্ৰচাৰকক চুলি ক্ষুৰাই প্ৰহাৰ উচ্চ বৰ্ণৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd