• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অপেক্ষাৰ অন্ত; মূল সুঁতিলৈ এন ডি এফ বিৰ শীৰ্ষ নেতা জি বিদাই, বাথা

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
January 23, 2020 7:03 am
G Bidai

এন ডি এফ বিৰ উপাধ্যক্ষ তথা সেনাপ্ৰধানৰ দায়িত্বত থকা জি বিদাই। ফটো : নৰ্থ-ইষ্ট নাও

5.3k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ সৈতে এন ডি এফ বিয়ে কৰা যুদ্ধ বিৰতিৰ চুক্তিৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰি অৱশেষত মূল সুঁতিলৈ ঘূৰি আহিছে সংগঠনটোৰ দুগৰাকী দুৰ্ধৰ্ষ নেতা ক্ৰমে জি বিদাই আৰু বাথা।

শান্তি আলোচনাত যোগ দিয়াৰ বাবেই বুধবাৰে কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ ৰঙাপাৰাত একত্ৰিত হয় সংগঠনৰ উপাধ্যক্ষ তথা সেনাপ্ৰধানৰ দায়িত্বত থকা জি বিদাই, জ্যেষ্ঠ কমাণ্ডাৰ বাথাসহ এন ডি এফ বিৰ ছয় শতাধিক কেডাৰ।

দীৰ্ঘদিনীয়া সশস্ত্ৰ সংগ্ৰাম এৰি মূল সুঁতিলৈ অহা সদস্য সকলক আদৰণি জনাই সংগঠনটোৰ অধ্যক্ষ বি চাওৰাইগৱৰা আৰু সাধাৰণ সম্পাদক বি আৰ ফেৰেংগাই।

ইয়াৰ পিছতে কটকটীয়া নিৰাপত্তাৰ মাজেৰে সংগঠনটোৰ নেতা দুগৰাকীৰ লগতে সদস্য সকলক ভাৰত-ভূটান সীমান্তস্থিত ধিগিলি ডেজিগনেটেড শিবিৰলৈ লৈ যোৱা হয়।

জানিব পৰা মতে, গৃহ মন্ত্ৰ্যালয়ে শান্তিচুক্তিৰ বাবে এখন খচৰা প্ৰস্তুত কৰি আছে, য’ত সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৰ তিনিটা গোটক (faction) জড়িত কৰা হৈছে।

হিংসা পৰিহাৰ কৰি শান্তি প্ৰক্ৰিয়াত যোগ দিয়াৰ সিদ্ধান্তৰে এন ডি এফ বিৰ চাওৰাইগৱৰা গোটৰ প্ৰায় ৫০জনীয়া সদস্যৰ এটা দল ম্যানমাৰৰ পৰা অসমত আহি উপস্থিত হৈছিল।

উল্লেখ্য যে বিদাই ধাৰাবাহিক বোমা বিস্ফোৰণ, প্ৰিয়া বসুমতাৰীৰ হত্যাকাণ্ড, ২০১৪ৰ দুটাকৈ ধাৰাবাহিক হত্যাকাণ্ডৰ মূল মাষ্টাৰমাইণ্ড আছিল।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd