• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কূটনৈতিক হেঁচাত সেও মানি ভাৰতীয় দূতাৱাসৰ দুই কৰ্মীক মুকলি কৰি দিলে পাকিস্তানে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 16, 2020 8:26 pm
image

ইছলমাবাদস্থিত ভাৰতীয় দূতাবাস

558
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ কূটনৈতিক হেঁচাত সেও মানি পাকিস্তানে ইছলমাবাদস্থিত ভাৰতীয় দূতাৱাসৰ দুই কৰ্মচাৰীক মুকলি কৰি দিবলৈ বাধ্য হ’ল।

আজি দিনৰ ভাগত পাকিস্তানে ইছলমাবাদস্থিত ভাৰতীয় উচ্চায়ুক্তৰ হাত অৰ্পণ কৰে দুয়োগৰাকী কৰ্মচাৰীক।

নতুন দিল্লীৰ ছাউথ ব্ল’কৰ সূত্ৰই জনাইছে যে ভাৰতীয় দূতাৱাসৰ আটক হোৱা দুয়োগৰাকী কৰ্মচাৰীৰ শৰীৰত আঘাতৰ চিহ্ন স্পষ্ট হৈ আছে।

পাকিস্তানে দুই কৰ্মচাৰীক মুকলি কৰি দিলে যদিও কিয় আটক কৰা হৈছিল এতিয়াও স্পষ্ট হোৱা নাই।

ছাউথ ব্ল’কৰ সূত্ৰই জনোৱা মতে ভাৰতীয় দূতাৱাসত কৰ্মৰত দুই কৰ্মচাৰীক ইছলমাবাদৰ সচিবালয় থানাত ৰখা হৈছিল।

ইফালে ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে দিয়া খবৰ অনুসৰি সোমবাৰে পুৱা চিআইএছএফৰ দুই কৰ্মী গাড়ীৰে কৰ্মস্থলীলৈ যোৱাৰ সময়ৰ পৰাই সন্ধানহীন হৈ আছিল।

ইয়াৰ পিছত দিল্লীয়ে খবৰ পোৱা মাত্ৰকে ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে পাক প্ৰশাসনৰ সৈতে যোগাযোগ কৰে।

সন্ধিয়া খবৰ আহে যে ভাৰতয়ী দূতাৱাসত কৰ্মৰত দুয়োগৰাকী লোকক পাক গুপ্তচৰ সংস্থা আই এছ আইৰ জিম্মাত আছে।

ইফালে পাক সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে লোক দুজনৰ বাহনখনেৰে এজন পথচাৰীক খুন্দিয়াই পলাবলৈ চেষ্টা কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল।

কিন্তু প্ৰশ্ন হয়, পথচাৰীক খুন্দিওৱাৰ বাবে গ্ৰেপ্তাৰ কৰা লোক দুজন কেনেকৈ পাক গুপ্তচৰ সংস্থা আই এছ আৰ জিম্মাত পালেগৈ?

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd