• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অলৌকিক নেকি! বোমাই বিধ্বস্ত কৰিব নোৱাৰা এটা মন্দিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 31, 2020 1:51 pm
tanot-mata_1474794571
13.8k
VIEWS
Share on FacebookShare on Twitter

পৃথিৱীত বহু অলৌকিক ঘটনাই ঘটি থাকে।

ইয়াৰে কিছুমানৰ বৈজ্ঞানিক বাখ্যা সম্ভৱ হৈ উঠিছে যদিও কিছুমান ঘটনাই মানুহক কৌতুহলৰ মাজতে ৰাখিছে।

আনকি অলৌকিকতাত বিশ্বাস নকৰা সকলেও কেতবোৰ ঘটনাৰ আঁত বিচাৰি হাবাথুৰি খোৱা দেখা যায়।

ভাৰতৰ বহু অলৌকিক বা বাখ্যাৰ বাহিৰত থকা বিষয়ৰ ভিতৰত ৰাজস্থানৰ এই বিশেষ মন্দিৰটোও এটা।

ৰাজস্থানৰ জয়ছালমেৰৰ মৰু অঞ্চলত থকা এই বিশেষ মন্দিৰটো এটা দুটা নহ’য়,প্ৰায় হাজাৰটা বোমাৰ আঘাত সহিও অক্ষত অৱস্থাতেই আছে।

পাকিস্তান-ভাৰতৰ সীমান্তত অৱস্থিত জয়ছালমেৰৰ টান’ট মালা মন্দিৰৰ ওপৰত পাকিস্তানৰ বায়ু সেনাই ইটোৰ পিছত সিটোকৈ এহেজাৰৰো অধিক বোমা নিক্ষেপ কৰাৰ পিছতো মন্দিৰটোৰ ইটা এটাও খহি পৰা নাই।

১৯৭১ চনৰ পাক-ভাৰতৰ যুদ্ধৰ সময়ত পাক সেনাৰ বোমাৰ আঘাতেও কোনো ক্ষয়-ক্ষতি কৰিব নোৱাৰা মন্দিৰটোক লৈ কেৱল ভাৰততে চৰ্চা হোৱা নাই,পাক সেনায়ো আনকি মন্দিৰটোৰ অলৌকিকতাত বিস্মিত হৈ পৰিছিল।

পাক-ভাৰত সীমান্তৰ লংগেৱালৰ সমীপত থকা এই মন্দিৰটোলৈ প্ৰতি বছৰে দেল-বিদেশৰ বহু ভক্তৰ সমাগম ঘটে।

ক’ৰ’ণাতংকৰ বাবে অৱশ্যে এই বেলি মন্দিৰটোত ভক্তৰ আহ-যাহ হোৱা নাই।

পাক-ভাৰত সীমান্তৰ মৰুভূমিৰ মাজত আৰু বহু কেইটা অলৌকিক মন্দিৰ থকাৰ কথা প্ৰচলন হৈ আছে।

Recent News

ঋণ লৈ এটা ৰবটেও ৰাজ্য চলাব পাৰিব, তাৰ বাবে নিৰ্বাচিত প্ৰতিনিধিৰ দৰকাৰ নাই : ৰকিবুল হুচেইন

ঋণ লৈ এটা ৰবটেও ৰাজ্য চলাব পাৰিব, তাৰ বাবে নিৰ্বাচিত প্ৰতিনিধিৰ দৰকাৰ নাই : ৰকিবুল হুচেইন

অসমৰ তিনি যুৱকৰ দুঃসাহসিক অভিযান! শিৱসাগৰৰ শিৱদৌলৰ পৰা কেদাৰনাথলৈ চাইকেল যাত্ৰা

অসমৰ তিনি যুৱকৰ দুঃসাহসিক অভিযান! শিৱসাগৰৰ শিৱদৌলৰ পৰা কেদাৰনাথলৈ চাইকেল যাত্ৰা

গুৱাহাটীৰ অপৰিকল্পিত নগৰ উন্নয়ন সন্দৰ্ভত নাগৰিকৰ উদ্বেগ প্রকাশ

গুৱাহাটীৰ অপৰিকল্পিত নগৰ উন্নয়ন সন্দৰ্ভত নাগৰিকৰ উদ্বেগ প্রকাশ

ৰে’লৰ টিকটত অপাৰেচন সিন্দুৰৰ প্ৰচাৰ: বিজেপিয়ে যুদ্ধক ৰাজনৈতিক সুযোগ হিচাপে গ্ৰহণ কৰাৰ অভিযোগ বিৰোধীৰ

ৰে’লৰ টিকটত অপাৰেচন সিন্দুৰৰ প্ৰচাৰ: বিজেপিয়ে যুদ্ধক ৰাজনৈতিক সুযোগ হিচাপে গ্ৰহণ কৰাৰ অভিযোগ বিৰোধীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd