• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

অপাৰেচন সেন্দূৰক ভিত্তিহীন আখ্যা! ভাৰতীয় ৰাষ্ট্ৰদূতক তলব পাকিস্তানৰ

by
May 7, 2025 3:07 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অপাৰেচন সেন্দূৰক ভিত্তিহীন বুলি অভিহিত পাকিস্তানৰ। ভাৰতৰ এই সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ তীব্ৰ প্ৰতিবাদ জনাইছে পাকিস্তান। মঙলবাৰে গভীৰ নিশা ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত চলোৱা এই অভিযানৰ পিছত পাকিস্তানে জৰুৰীভাৱে ইছলামবাদত থকা ভাৰতীয় দূতাবাসৰ ভাৰপ্ৰাপ্ত বিষয়াক মাতি আনে। পাকিস্তানৰ বিদেশ মন্ত্ৰণালয়ৰ মতে, ভাৰতৰ এই আক্ৰমণ পাকিস্তানৰ সাৰ্বভৌমত্বৰ ওপৰত প্ৰত্যক্ষ আঘাত আৰু ৰাষ্ট্ৰসংঘৰ সনদ, আন্তঃৰাষ্ট্ৰীয় আইন তথা দ্বিপাক্ষিক সম্পৰ্কৰ নীতি-নিয়মৰ সম্পূৰ্ণ লংঘন কৰা বুলি মত প্ৰকাশ কৰে। ভাৰতৰ এই কাৰ্যক পাকিস্তানে সম্পূৰ্ণ ভিত্তিহীন বুলি গণ্য কৰি ভাৰতৰ সকলো দাবী নাকচ কৰিছে, দাবী কৰিছে যে এনে কাৰ্যই আঞ্চলিক শান্তিৰ পৰিবেশ বিঘ্নিত কৰিব।

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধমূলক অভিযান আছিল অপাৰেচন সেন্দূৰ য’ত ২৬ জন নিৰীহ লোকৰ মৃত্যু হৈছিল। মঙলবাৰে মাজৰাতি ভাৰতীয় সেনাই ২৪টা ক্ষেপণাস্ত্ৰ প্ৰয়োগ কৰি পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰে। এই শিবিৰসমূহৰ ভিতৰত আছিল জয়ছ-ই-মহম্মদৰ বাহাৱালপুৰৰ মুখ্য কাৰ্যালয়, লস্কৰ-ই-তৈবাৰ মুৰিদকেৰ কেন্দ্ৰ আৰু হিজবুল মুজাহিদীনৰ ঘাটি।  ভাৰতৰ দাবী অনুসৰি, এই অভিযান আছিল পাকিস্তানৰ পৰা প্ৰেৰিত সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক নিয়ন্ত্ৰিত আৰু উত্তেজনাহীন প্ৰতিক্ৰিয়া, য’ত কোনো পাকিস্তানী সামৰিক স্থাপনাক লক্ষ্য কৰা হোৱা নাছিল।

বুধবাৰে এখন সংবাদমেলত ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰই স্পষ্ট কৰি কয় যে পেহেলগামৰ আক্ৰমণৰ পিছত সমগ্ৰ বিশ্বই সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছিল। তথাপিও পাকিস্তানে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ নকৰি অস্বীকাৰৰ কৰি অহিছিল। তেওঁ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বিবৃতিৰ উল্লেখ কৰি কয় যে পেহেলগামৰ আক্ৰমণৰ পিছত সন্ত্ৰাসবাদৰ মূল উৎসক ধ্বংস কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰা হৈছিল। সেই নিৰ্দেশ অনুসৰি ভাৰতে নিজৰ নিৰাপত্তাৰ স্বাৰ্থত অপাৰেচন সেন্দূৰৰ জৰিয়তে সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছে। এই অভিযানৰ জৰিয়তে ভাৰতে বিশ্বৰ সন্মুখত সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিজৰ দৃঢ় অৱস্থান পুনৰ প্ৰতিষ্ঠা কৰিছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd