• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

কেনিয়াত গুলীয়াই হত্যা পাকিস্তানী সাংবাদিকক: দেশজুৰি শোকৰ ছাঁ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 24, 2022 8:33 pm
Arshad Sharif Pakistani journalist
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিন ধৰি হত্যাৰ আংশংকাত ভুগি দেশে-বিদেশে লুকাই থকাৰ পিছত অৱশেষত কেনিয়াত হত্যাৰ বলি হৈছে পাকিস্তানী সাংবাদিক আৰ্শ্বাদ শ্বৰীফ। আৰ্শ্বাদৰ পত্নী জাভেৰিয়া ছিদ্দিকে এক টুইট যোগে সাংবাদিক গৰাকীৰ হত্যাৰ কথা সদৰী কৰিছে।

তেওঁ লগতে পৰিয়ালৰ গোপনীয়তাক সন্মান জনাই ব্ৰেকিং নিউজৰ নামত পৰিয়ালৰ ছবি, ব্যক্তিগত বিৱৰণ আৰু চিকিৎসালয়ৰ পৰা আৰ্শ্বাদৰ অন্তিম সময়ৰ ফটোসমূহ শ্বেয়াৰ নকৰিবলৈও সকলোকে আহ্বান জনায়।

I lost friend, husband and my favourite journalist @arsched today, as per police he was shot in Kenya.
Respect our privacy and in the name of breaking pls don’t share our family pics, personal details and his last pictures from hospital.
Remember us in ur prayers. pic.twitter.com/wP1BJxqP5e

— Javeria Siddique (@javerias) October 24, 2022

উল্লেখ্য যে আফগান হত্যাকাৰীৰ দ্বাৰা হত্যাৰ ষড়যন্ত্ৰ কৰাৰ সন্দেহত দীৰ্ঘদিন ধৰি লুকাই ফুৰিছিল শ্বৰীফ। হত্যাৰ আশংকা কৰিয়ে পাকিস্তান এৰি ডুবাইলৈ গৈছিল সাংবাদিকগৰাকী।

তেওঁৰ ঘনিষ্ঠ বন্ধুসকলৰ মতে, শ্বৰীফে ডুবাইতো তেওঁক বিচাৰি উলিওৱা হৈছে বুলি অনুভৱ কৰি কেনিয়ালৈ ৰাওনা হৈছিল।

প্ৰকাশিত খবৰ অনুসৰি কেনিয়াৰ নাইৰোবিৰ উপকণ্ঠত শ্বৰীফৰ মূৰত গুলী লাগিছে। কেনিয়াস্থিত পাকিস্তানৰ উচ্চআয়োগে হত্যাকাণ্ড সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা তথ্য সংগ্ৰহ কৰি আছে।

সাংবাদিকগৰাকীৰ মৃত্যু নিশ্চিত কৰি বৈদেশিক কাৰ্যালয়ে জানিবলৈ দিয়া মতে কেনিয়াস্থিত আন শীৰ্ষ বিষয়াসকলৰ সৈতে পাকিস্তানৰ উচ্চায়ুক্ত নাইৰোবিৰ চিৰোমো অন্ত্যেষ্টিক্ৰিয়া গৃহত উপস্থিত হৈ শ্বৰীফৰ মৃতদেহ চিনাক্ত কৰিছিল।

ইফালে সাংবাদিকগৰাকীৰ মৃত্যুত সমগ্ৰ পাকিস্তানতে শোকৰ ছাঁ পৰিছে। দেশখনৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানেও শ্বৰীফৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

I am deeply saddened by the shocking news of journalist Arshad Sharif’s tragic death. May Allah SWT grant him a place in Heaven. My deep condolences and prayers for the bereaved family.

— Shehbaz Sharif (@CMShehbaz) October 24, 2022

Shocked at the brutal murder of Arshad Sharif who paid the ultimate price for speaking the truth – his life. He had to leave the country & be in hiding abroad but he continued to speak the truth on social media, exposing the powerful. Today the entire nation mourns his death.

— Imran Khan (@ImranKhanPTI) October 24, 2022

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশজুৰি চলিব ভোটাৰ তালিকাৰ পুনৰীক্ষণঃ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে নিৰ্বাচন আয়োগ

দেশজুৰি চলিব ভোটাৰ তালিকাৰ পুনৰীক্ষণঃ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে নিৰ্বাচন আয়োগ

September 10, 2025 12:16 pm
অপাৰেচন সিন্দুৰৰ বাবে দিনে ৰাতিয়ে কাম কৰিছিল ৪০০ বিজ্ঞানীয়ে : সদৰী কৰিলে ইছৰোৰ মূৰব্বীয়ে

অপাৰেচন সিন্দুৰৰ বাবে দিনে ৰাতিয়ে কাম কৰিছিল ৪০০ বিজ্ঞানীয়ে : সদৰী কৰিলে ইছৰোৰ মূৰব্বীয়ে

September 10, 2025 12:14 pm
অবৈধ প্ৰব্ৰজনকাৰীক উচ্ছেদৰ বাবে নতুন এছ অ’ পি’ত অসম কেবিনেটৰ অনুমোদন

অবৈধ প্ৰব্ৰজনকাৰীক উচ্ছেদৰ বাবে নতুন এছ অ’ পি’ত অসম কেবিনেটৰ অনুমোদন

September 10, 2025 11:40 am
“ভাৰত আৰু আমেৰিকাৰ মাজত আলোচনা অব্যাহত থাকিব, প্ৰিয় বন্ধু মোদীৰ লগত কথা পাতিম”, ডনাল্ড ট্ৰাম্পৰ মন্তব্য

“ভাৰত আৰু আমেৰিকাৰ মাজত আলোচনা অব্যাহত থাকিব, প্ৰিয় বন্ধু মোদীৰ লগত কথা পাতিম”, ডনাল্ড ট্ৰাম্পৰ মন্তব্য

September 10, 2025 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশজুৰি চলিব ভোটাৰ তালিকাৰ পুনৰীক্ষণঃ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে নিৰ্বাচন আয়োগ

দেশজুৰি চলিব ভোটাৰ তালিকাৰ পুনৰীক্ষণঃ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে নিৰ্বাচন আয়োগ

September 10, 2025 12:16 pm
অপাৰেচন সিন্দুৰৰ বাবে দিনে ৰাতিয়ে কাম কৰিছিল ৪০০ বিজ্ঞানীয়ে : সদৰী কৰিলে ইছৰোৰ মূৰব্বীয়ে

অপাৰেচন সিন্দুৰৰ বাবে দিনে ৰাতিয়ে কাম কৰিছিল ৪০০ বিজ্ঞানীয়ে : সদৰী কৰিলে ইছৰোৰ মূৰব্বীয়ে

September 10, 2025 12:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd